ETV Bharat / state

কাৰ ভাগ্য উদয় হ’ব, কোন ৰাশিৰ জাতক-জাতিকাৰ সফলতাৰ দুৱাৰ খোল খাব ? জানো আহক আজিৰ ৰাশিফলত...

জ্যোতিষশাস্ত্ৰৰ মতে জানি লওক আজিৰ দিনটো আপোনাৰ বাবে কিমান ভাল বা বেয়া হ'ব ?

Daily Horoscope
ৰাশিফল (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : May 24, 2026 at 4:53 AM IST

2 Min Read
Choose ETV Bharat
  1. মেষ ৰাশি : আপোনাৰ আজি প্ৰায় ভাল হʼব ৷ কর্মত কঠোৰ পৰিশ্ৰমৰ মাজত আনন্দিত হ’ব ৷ শিক্ষার্থীৰ অধ্যয়ন ভাল হʼব ৷ আপুনি লʼৰা-ছোৱালীৰ মন ভালে ৰখাত মনোযোগ দিব ৷
  2. বৃষ ৰাশি : আপোনাৰ আজিৰ দিনটো সক্ৰিয় অনুভৱ হʼব ৷ কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে ৷ নিজৰ ব্যৱসায় কৰ্মত মনোযোগ দিব ৷
  3. মিথুন ৰাশি : আপোনাৰ প্ৰায় ভাল হʼব ৷ চকুৱে কষ্ট দিব পাৰে ৷ স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব ৷ হঠাতে বিপদাশঙ্কা হʼব পাৰে,সতৰ্কতা অৱলম্বন কৰা উচিত ৷ পৰিয়ালৰ লগত তৰ্ক-বিতৰ্ক হʼব পাৰে ৷
  4. কৰ্কট ৰাশি : জীৱনৰ বহুতো ক্ষেত্ৰত সফল হʼব । আপোনাৰ আজি প্ৰায় ভাল হʼব ৷ লʼৰা-ছোৱালীৰ স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব ৷
  5. সিংহ ৰাশি : বিশ্বাসী দিন হʼব ৷ বিপদাশঙ্কা নহয়, দিন প্ৰায় ভাল হʼব ৷ কার্য-ব্যৱসায়ত সতৰ্ক থকা ভাল ৷ বহুতো ব্যক্তিৰ লগত সংযোগ হʼব ৷
  6. কন্যা ৰাশি : আপোনাৰ খং-ৰাগ কাৰণত সম্পর্কত প্ৰভাৱ পৰিব পাৰে ৷ কর্ম শান্ত হৈ থাকি কৰিব ৷ মানসিক আৰু শাৰীৰিক হতাশা হʼব পাৰে ৷ পৰিয়ালৰ লগত, বন্ধু-বৰ্গৰ লগত দিন ভাল হʼব ৷
  7. তুলা ৰাশি : দিন ভাল হʼব ৷ ব্যৱসায়ত সফল হʼব ৷ কার্য জীৱন ভাল বন্ধুত্বপূৰ্ণ হʼব ৷ পৰিয়ালৰ লগত আৰু প্ৰেম সম্পর্ক ভাল হʼব ৷
  8. বৃশ্চিক ৰাশি : আপুনি যুক্তিসূত্ৰ আৰু চিন্তাধাৰাবোৰৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিব ৷ তথাপিও এলেহুৱা-নিৰুৎসাহিত নহʼব ৷ এক ৰোমাঞ্চকৰ আৰু আনন্দপূৰ্ণ জীৱন লাভ কৰিব ৷ বিবাহিতৰ বাবে এইটো দিন ভাল ৷
  9. ধনু ৰাশি : শৰীৰ আজি বৰ ভালে নাযাব ৷ ব্যৱসায়ত খেলিমেলি হ’ব ৷ সাৱধানে সকলো কামত মনোনিবেশ কৰক আৰু প্ৰতিযোগিতা আৰু দ্বন্দ্বৰ পৰা আঁতৰি থাকক ৷
  10. মকৰ ৰাশি : স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব ৷ পৰিয়ালত ঔষধ কিনা খৰচ বৃদ্ধি হʼব পাৰে ৷ ৰোগ-পীড়া হ’ব পাৰে ৷ বাহিৰা খাদ্যৰ পৰা আঁতৰি থকাটো ভাল হʼব ৷
  11. কুম্ভ ৰাশি : প্ৰেম সম্পর্কত ভাল ৷ বিশ্বাসী দিন হʼব ৷ লক্ষ্য সফল হʼব ৷ প্ৰশংসিত হʼব ৷ বজাৰ কৰিবলৈ যোৱাৰ দিন হʼব ৷
  12. মীন ৰাশি : স্বাস্থ্য ভাল, ভাতৃ-ভন্তিৰ লগত প্ৰেমৰ সম্পর্ক ভাল হ’ব ৷ কার্য জীৱনত ভাল বন্ধুত্বপূৰ্ণ হʼব ৷ খং-ৰাগ কাৰণত প্ৰভাৱ পৰিব পাৰে ৷ কর্ম শান্ত হৈ থাকি কৰিব ৷ ভাল লক্ষ্য সফল হʼব ৷