ETV Bharat / state

ভগৱান শিৱৰ কৃপাত সোমবাৰে কোনবোৰ ৰাশিৰ জাতক/জাতিকা সমৃদ্ধিশালী হ’ব, জানো আহক...

সোমবাৰ মানেই বাবা ভোলানাথৰ দিন । ভগৱান শিৱৰ কৃপা কাৰ ওপৰত বৰষিব ? ইটিভি ভাৰত, অসমৰ জৰিয়তে জানো আহক আজিৰ ৰাশিফল...

Daily Horoscope for 23rd February 2026
ৰাশিফল (ETV BHarat Assam)
author img

By ETV Bharat Assamese Team

Published : February 23, 2026 at 4:03 AM IST

2 Min Read
Choose ETV Bharat
  1. মেষ ৰাশি : দিনটো সক্ৰিয় অনুভৱ হʼব ৷ ভাল হʼব ৷ কৰ্ম জীৱনত ভাল পদোন্নতি হʼব ৷ নতুন কৰ্মই লক্ষ্য প্ৰদান কৰিব পাৰে ৷ নিজৰ ব্যৱসায় কৰ্মত মনোযোগ দিব ৷ তথাপিও কিছু সময়ত খেলিমেলি হʼব পাৰে ৷
  2. বৃষ ৰাশি : আনক শাসন কৰিব ৷ খং-ৰাগৰ ওপৰত নিয়ন্ত্রণ ৰাখক ৷ বহুতো ব্যক্তি লগত বন্ধুত্ব হʼব ৷ নতুন পৰিকল্পনা নকৰিব ৷
  3. মিথুন ৰাশি : সফলতা অনুসন্ধানৰ চিন্তা কৰিব ৷ কঠিন পৰিস্থিতিত সঠিক, আশাপূৰ্ণ আৰু আনন্দপূৰ্ণ মনোবৃত্তি বজাই ৰাখিব । নিজৰ কর্মত মনোযোগ দিব ৷ জীৱনত সুখী হ’ব ৷
  4. কৰ্কট ৰাশি : নতুন দায়ীত্ব বহন কৰিব ৷ নতুন অধ্যয়নৰ কর্মত ব্যস্ত হৈ পৰিব ৷ কাৰ্য কৰিবলৈ ভাগৰি পৰিব ৷ আপুনি নিৰুৎসাহিত হৈ পৰিব পাৰে ৷
  5. সিংহ ৰাশি : নিজৰ আত্মসন্মান বঢ়াবলৈ প্ৰেমাভিনয় কৰাটো উচিত নহয় ৷ খং-ৰাগৰ বাবে সম্পর্কত প্ৰভাৱ পৰে ৷ প্ৰেমৰ সম্পর্ক ভাল ৷
  6. কন্যা ৰাশি : আৰ্থিক সমস্যাৰ বাবে নিৰাশ হৈ পৰিব পাৰে ৷ নিজৰ মনৰ শুনিব ৷ প্ৰেম সম্পর্কত মনোযোগ দিব ৷ চৰকাৰী প্ৰকল্পত সফল ৷ নতুন ব্যৱসায় কৰিব পাৰে, সফল হʼব ৷
  7. তুলা ৰাশি : যদি টকা ভৱিষ্যতৰ বাবে ব্যৱহাৰ কৰিবলৈ বেংকত জমা ৰাখে, তেন্তে দীৰ্ঘ সময়ৰ কাৰণে সেই টকাখিনিৰ পৰা লাভৱান হ’ব । লʼৰা-ছোৱালীৰ সাফল্যই আনন্দ দিব ৷ কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে ৷ টকা-পইচা নিশ্চিত হʼব ৷ দৰমহা ভাল হʼব ৷
  8. বৃশ্চিক ৰাশি : এলেহুৱা-নিৰুৎসাহিত হৈ নপৰিব ৷ খং-ৰাগে জীৱনত প্ৰভাৱান্বিত পৰিব পাৰে ৷ সতৰ্ক আৰু সাৱধানে থকাটো ভাল ৷
  9. ধনু ৰাশি : আজি মনৰ আশা পূৰ হ’ব ৷ পুৰণি কৰ্মৰ ফল লাভ ৷
  10. মকৰ ৰাশি : অধ্যয়ন ভাল ৷ কাৰ্যভাৰ সম্পূৰ্ণ কৰিবলৈ নিজৰ শক্তি ব্যৱহাৰ কৰিব ৷ জ্যেষ্ঠৰ পৰা পৰামৰ্শ লোৱাটো ভাল ৷ ব্যক্তিগত জীৱনত সুখী হোৱাটো নিজৰ ওপৰত নিৰ্ভৰ কৰে ।
  11. কুম্ভ ৰাশি : নিৰুৎসাহিত হৈ পৰিব পাৰে ৷ কার্য-ব্যৱসায়ত ইয়াৰ প্ৰভাৱ পৰিব ৷ সতৰ্কতা অৱলম্বন কৰা উচিত ৷
  12. মীন ৰাশি : আজি এলেহুৱা-নিৰুৎসাহিত হৈ পৰিব পাৰে ৷ কাৰ্য কর্ম ইয়াৰ প্ৰভাৱ পৰিব ৷ গ্ৰহ স্থান ভাল নহয় ৷ সতৰ্কতা অৱলম্বন কৰা উচিত ৷