ETV Bharat / state

জ্যোতিষশাস্ত্ৰ অনুসৰি কেনেদৰে পাৰ হ’ব আজিৰ দিনটো… জানক দিনটোৰ ৰাশিফল

জ্যোতিষশাস্ত্ৰৰ মতে জানি লওক আজিৰ দিনটো আপোনাৰ বাবে কিমান ভাল বা বেয়া হ'ব ? কি কি কৰিব, কি কি নকৰিব ?

বৈদিক জ্যোতিষশাস্ত্ৰ
ৰাশিফল (ETV Bharat))
author img

By ETV Bharat Assamese Team

Published : April 23, 2026 at 3:54 AM IST

3 Min Read
Choose ETV Bharat

মেষ ৰাশি : আজি কোনো লাভ বা ক্ষতি নাই । কঠোৰ পৰিশ্ৰমৰ ভাল ফল পাব ৷ বন্ধুৰ লগত আৰু প্ৰেমৰ সম্পর্ক লগত পার্টি হʼব পাৰে ৷ আপোনাৰ প্ৰায় ভাল হʼব ৷ কার্য-কর্ম বন্ধ কৰি আৰাম কৰিব পাৰে ৷

বৃষ ৰাশি : আপোনাৰ আজি ভাগ্য ভাল, ধন-সম্পত্তিৰ পৰা সময়ত অধিক ধন উপাৰ্জন কৰিব ৷ ব্যৱসায় কৰিলে লক্ষ্যত সফল হʼব, ব্যৱসায় বৃদ্ধিত লাভ হʼব ৷ কাৰ্য্য কৰিবলৈ ভাগৰি পৰিব ৷ আপুনি নিৰুৎসাহিত হৈ পৰিব পাৰে ৷

মিথুন ৰাশি : আজি দিনটো বিপদাশঙ্কা হৈ পৰিব পাৰে ৷ কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব ৷ কৰ্মক ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব ৷ আপুনি এলেহুৱা-নিৰুৎসাহিত হৈ পৰিব পাৰে, কাৰ্য-কর্ম প্ৰভাৱান্বিত হʼব ৷ কার্য-কর্ম বন্ধ কৰি আৰাম কৰিব ৷ কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে ৷ আপোনাক নতুন কৰ্মই লক্ষ্য প্ৰদান কৰিব পাৰে ৷

কৰ্কট ৰাশি : আপোনাৰ জীৱনত লাভ হʼব ৷ ঘৰটো নতুন পৰিকল্পনাৰে নতুন গৃহলৈ পৰিণত কৰিব পাৰে ৷ প্ৰায় ভাল দিন হʼব ৷

সিংহ ৰাশি : আপোনাৰ সক্ৰিয় অনুভৱ হʼব ৷ আপুনি গুৰুত্বপূৰ্ণ নিৰ্ণয় ল’বলৈ সক্ষম নহ’ব পাৰে, কিন্তু চিন্তা নকৰিবা ৷ ব্যৱসায় কৰিলে লক্ষ্যত সফল হʼব, ব্যৱসায় বৃদ্ধিত লাভ হʼব ৷

কন্যা ৰাশি : আপোনাৰ আজি ধাৰণা ভাল হʼব ৷ আপোনাৰ স্থিতি সফল হʼব ৷ কৰ্মজীৱন ভাল বন্ধুত্বপূৰ্ণ হʼব ৷ মানসিক আৰু শাৰীৰিক চিন্তা ভাল হʼব ৷ ঘৰটো নতুন পৰিকল্পনাৰে নতুন গৃহলৈ পৰিণত কৰিব পাৰে ৷

তুলা ৰাশি : মানসিক হতাশা হʼব পাৰে ৷ লʼৰা-ছোৱালীৰ সৈতে তৰ্ক-বিতৰ্ক হʼব পাৰে, হতাশ হʼব ৷ কর্ম জীৱনত প্ৰভাৱ হʼব ৷

বৃশ্চিক ৰাশি : আপুনি আপোনাৰ নিজৰ ব্যৱসায় কর্মত সম্পর্কত মনোযোগ দিব ৷ কৰ্মক ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব, সফল হʼব ৷ খৰচ বৃদ্ধি হʼব পাৰে ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল হʼব ৷

ধনু ৰাশি : আপোনাৰ সক্ৰিয় অনুভৱ হʼব, ৰোমাঞ্চকৰ কাৰ্যত ভাগ ল’ব । আচৰিত নহ’ব আপুনি আজি ইভেন্ট হেণ্ডেলাৰ হʼব ৷ সন্ধিয়া আপোনাৰ প্ৰায় ভাল হʼব ৷ কার্য-কর্ম বন্ধ কৰি আৰাম কৰিব পাৰে ৷

মকৰ ৰাশি : আপুনি লʼৰা-ছোৱালীৰ স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব ৷ ল’ৰা-ছোৱালীক সন্মান কৰিবলৈ শিকোৱাটো পিতৃ-মাতৃসকলৰ বাবে গুৰুত্বপূৰ্ণ কাৰ্য ৷ কর্মত ব্যস্ত থকাৰ ফলত বন্ধু-বৰ্গৰ লগত আৰু ব্যক্তিগত জীৱন প্ৰভাৱান্বিত হʼব ৷

কুম্ভ ৰাশি : নিজৰ ব্যৱসায় আৰু কার্য্য কর্মত মনোযোগ দিব ৷ সফল হʼব ৷ কার্য্য-ব্যৱসায় ভাল হʼব ৷

মীন ৰাশি : প্রিয় দিন হʼব ৷ আপোনাৰ আজি ৰোমাঞ্চকৰ পাৰ্টী কৰিবলৈ মন হৈ পৰিব । শুভবাৰ্তা লাভ কৰিব । আপুনি আজি প্ৰায় সফল হʼব ৷ বহুতো ব্যক্তি লগত সংযোগ হʼব ৷ প্ৰেম সম্পর্কক মনোযোগ দিব ৷