কাৰ ভাগ্য উদয় হ’ব, কোন ৰাশিৰ জাতক-জাতিকাৰ সফলতাৰ দুৱাৰ খোল খাব ? জানিবলৈ পঢ়ক দিনটোৰ ৰাশিফল...
বৈদিক জ্যোতিষশাস্ত্ৰ অনুসৰি আজি আপুনি কি ক্ষেত্ৰত সাৱধান হ’ব লাগিব, সেই বিষয়ে প্ৰতিকাৰ দিব। গ্ৰহ-নক্ষত্ৰৰ পৰিৱৰ্তন অনুযায়ী দিনটো কেনে যাব, জানি লওক ইটিভি ভাৰত,অসমৰ ৰাশিফলত...
ৰাশিফল (ETV Bharat)

Published : February 22, 2026 at 3:35 AM IST
- মেষ ৰাশি : পুৰণি ইচ্ছাৰ প্ৰতি আসক্ত হৈ পৰিব পাৰে ৷ কাৰ্য কর্ম প্ৰভাৱ পৰিব ৷ খৰচ ভাল হʼব ৷
- বৃষ ৰাশি : যুক্তিৰে সকলো কথা চিন্তা কৰিব ৷ ভাগ্যৰ হ’ব ৷ মিশ্রিত খেলিমেলি হ’ব পাৰে ৷ কৰ্মত মনোযোগ দিব ৷ নিৰ্ণয় লোৱাৰ সময়ত চিন্তা কৰিব ৷
- মিথুন ৰাশি : যিকোনো সৎকৰ্মত কোনো পলম নকৰাকৈ সফলতা পাব ৷ কৰ্মত মনোযোগ দিবলগীয়া হʼব ৷ পৰিশ্ৰম কৰক ।
- কৰ্কট ৰাশি : আজি ভাগ্য ভাল ৷ ধন-সম্পত্তিৰ পৰা সময়ত অধিক ধন উপাৰ্জন কৰিব ৷ জ্যেষ্ঠৰ পৰা পৰামৰ্শ লোৱা ভাল হʼব ৷ প্ৰশংসা লাভ ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ ৷
- সিংহ ৰাশি : নিজৰ আত্মসন্মান বঢ়াবলৈ প্ৰেমাভিনয় কৰাটো উচিত নহয় ৷ খং-ৰাগৰ বাবে সম্পর্কত প্ৰভাৱ পৰে ৷ প্ৰেমৰ সম্পর্কত মনোযোগ দিব ৷ প্ৰেমৰ সম্পর্ক ভাল হʼব ৷
- কন্যা ৰাশি : অপৰিচিত লোকৰ পৰা আঁতৰত থাকিবলৈ চেষ্টা কৰিব ৷ দিনটো প্ৰায় ভাল হ’ব ৷ সফল হʼব ৷ বিদেশী বন্ধু-বৰ্গৰ লগত সম্পৰ্ক ভাল হʼব ৷ সেয়েহে সতৰ্কতা অৱলম্বন কৰাটো অতি প্ৰয়োজন ।
- তুলা ৰাশি : পৰিয়ালৰ লগত সম্পর্ক ভাল হʼব ৷ ব্যস্ত কাৰ্যসূচীৰ মাজেৰে সময় উলিয়াই প্ৰেমত মনোযোগ দিব ৷ সন্ধিয়াটো নিজৰ প্ৰেমৰ লগত কটাব ৷ মানসিক আৰু শাৰীৰিক চিন্তা ভাল হʼব ৷
- বৃশ্চিক ৰাশি : আজি সক্ৰিয় হৈ থাকিব ৷ পৰচৰ্চা কৰাৰ পৰা আঁতৰি থকা উচিত ৷
- ধনু ৰাশি : অতি সাৱধানেৰে কর্ম পালন কৰাৰ উচিত ৷ পুৰণি অসম্পূৰ্ণ কাৰ্যক সম্পন্ন কৰাত সহায় হʼব ৷ লোকসকলৰ মাজত হোৱা বিবাদক সমাধান কৰাৰ বাবে পুনৰ চেষ্টা কৰা হʼব ৷
- মকৰ ৰাশি : কেইবামাহমান ধৰি ভাগ্য ভাল নাছিল, সেইবাবে ব্যক্তিগত জীৱন প্ৰভাৱান্বিত হৈছিল ৷ কঠোৰ পৰিশ্ৰমৰ মাজতো আনন্দিত হ’ব ৷
- কুম্ভ ৰাশি : কঠোৰ কাৰ্য সহজতে সফল কৰিব ৷ বহুতো ব্যক্তি লগত সংযোগ হʼব ৷ দুৰ্বলতাবোৰ আওকাণ কৰাৰ পৰিৱৰ্তে তাক লৈ বাদ-বিবাদ নকৰিব ৷ সতৰ্কতা অৱলম্বন কৰা উচিত ৷
- মীন ৰাশি : খৰচ বৃদ্ধি হʼব পাৰে। টকা-পইচা অনিশ্চিত হʼব পাৰে ৷ খৰচ ভালদৰে কৰিব ৷ খৰচ বৃদ্ধি ৷

