শনি দেৱৰ প্ৰভাৱত সলনি হ’ব নেকি আপোনাৰ ভাগ্য; সফলতাৰ তালিকাত আছে এই ৰাশিৰ জাতক-জাতিকাসকল
বৈদিক জ্যোতিষশাস্ত্ৰ অনুসৰি শনিবাৰে আপুনি কি ক্ষেত্ৰত সাৱধান হ’ব লাগিব, সেই বিষয়ে প্ৰতিকাৰ দিব। গ্ৰহ-নক্ষত্ৰৰ পৰিৱৰ্তন অনুযায়ী দিনটো কেনে যাব, জানি লওক ইটিভি ভাৰত,অসমৰ ৰাশিফলত...
ৰাশিফল (ETV Bharat)

Published : February 21, 2026 at 3:27 AM IST
- মেষ ৰাশি : কঠোৰ পৰিশ্ৰমৰ ফল নাপাবও পাৰে ৷ সন্ধিয়া সৰু যাত্রা হʼব পাৰে ৷ সন্ধিয়াটো আনন্দপূৰ্ণ হʼব ৷
- বৃষ ৰাশি : যুক্তিৰে সকলো কথা চিন্তা কৰিব ৷ নিজৰ আত্মসন্মান বঢ়াবলৈ বন্ধুৰ আগত মনৰ দুঃচিন্তা প্ৰকাশ নকৰিব ৷ প্ৰেমৰ সম্পর্ক ভাল ৷
- মিথুন ৰাশি : নিজৰ জীৱন বিকাশিত কৰা দিন ৷ ব্যৱসায় কৰিলে লক্ষ্যত সফল হʼব ৷ ব্যৱসায় বৃদ্ধিত লাভ ৷ ব্যৱসায়ৰ নামত খৰচ বৃদ্ধি ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷
- কৰ্কট ৰাশি : দিনটো প্ৰায় ভাল ৷ সফল হʼব ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল ৷ নাম আৰু সুনাম হʼব ৷ প্ৰেমৰ সম্পর্ক ভাল ৷
- সিংহ ৰাশি : খৰচ বৃদ্ধি ৷ পইচা জমা কৰক ৷ নতুন কার্য-ব্যৱসায়ত নিশ্চিতি নহ’ব ৷ ভাগ্য ভাল ৷
- কন্যা ৰাশি : মন পৰিৱৰ্তন কৰিবলৈ যথেষ্ট চেষ্টা কৰিব ৷ বিচাৰধাৰা আৰু আলোচনাৰ বহুত লাভ ৷ সময়ত কার্য কৰিলে সফল হʼব ৷ কার্য জীৱনত বেয়া প্ৰভাৱ পৰিব পাৰে, তথাপিও ধৈৰ্যশীল হৈ কার্য কৰিব, লাভৱান হ’ব ৷
- তুলা ৰাশি : কঠোৰ কাৰ্য সহজতে কৰি সফল হ’ব ৷ বহুতো ব্যক্তি লগত সংযোগ হʼব ৷ পছন্দ কাৰ্যই সহায় কৰিব ৷ দুৰ্বলতাবোৰ আওকাণ কৰাৰ পৰিৱৰ্তে তাক লৈ বাদ-বিবাদ নকৰিব ৷ সতৰ্কতা অৱলম্বন কৰা উচিত ৷
- বৃশ্চিক ৰাশি : স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব ৷ বাহিৰা খাদ্যৰ পৰা আঁতৰি থকাটো ভাল হʼব ৷ মন ৰোমাঞ্চকৰ হৈ পৰিব । নতুন ব্যৱসায় কৰিব পাৰে ৷ প্ৰেমৰ সম্পর্ক ভাল ৷ পৰিয়ালৰ লগত ৰাতিৰ খানা ভাল হʼব ৷
- ধনু ৰাশি : দিনটো মধ্যমীয়া ৷ সকলোবোৰ গতানুগতিক যেন অনুমান হ’ব ৷ আইনী কাগজ বিশেষকৈ সম্পত্তিৰ বিষয়ৰ কাগজত চহী কৰোতে বিশেষ সাৱধান হ’ব ৷ বেয়া বুদ্ধি নল’ব ৷
- মকৰ ৰাশি : কর্মৰ প্ৰবল হেঁচা আৰু কঠোৰ পৰিশ্ৰম কৰিব লাগিব । তথাপিও আপুনি প্ৰায় সফল হʼব ৷
- কুম্ভ ৰাশি : দিনটো ভাল ৷ কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে ৷ নতুন কৰ্মই লক্ষ্য প্ৰদান কৰিব পাৰে ৷ নিজৰ ব্যৱসায় বা কৰ্মত মনোযোগ দিব ৷ তথাপিও কিছু সময়ত খেলিমেলি হʼব ৷
- মীন ৰাশি : নিজৰ ব্যৱসায় কর্মত সম্পর্ক মনোযোগ দিব ৷ যুক্তিসূত্ৰৰে সকলো চিন্তাধাৰাবোৰৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিব ৷ খেলিমেলি হʼব পাৰ ৷ কৰ্ম ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব, সফল হʼব ৷

