বৈদিক জ্যোতিষশাস্ত্ৰৰ মতে আপুনি বাৰু জানেনে কেনে যাব আপোনাৰ আজিৰ দিনটো ?
জ্যোতিষশাস্ত্ৰ অনুসৰি কেনে যাব আপোনাৰ আজিৰ দিনটো ? কি কি কৰিব, কি কি নকৰিব ?
ৰাশিফল (Etv Bharat)

Published : December 1, 2025 at 5:10 AM IST
- মেষ ৰাশি : সকলোতে সফল হʼব । দিনটো প্ৰায় ভাল । কম সময়ত অধিক ধন উপাৰ্জন কৰিব । কার্য কর্ম বন্ধ কৰি আৰাম কৰিব পাৰে । কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব । লক্ষ্যত সফল ।
- বৃষ ৰাশি : বিয়াৰ সংযোগত সফল । প্ৰেমৰ সম্পর্ক ভাল । বিবাহিৰ বাবে ভাল দিন । নতুন ব্যৱসায় কৰিব পাৰে ।
- মিথুন ৰাশি : বহুত আৱেগীক হৈ পৰিব পাৰে । জীৱনত সফল হʼব । পুৰণি ঘৰটো ন পৰিকল্পনাৰে নতুন গৃহলৈ পৰিণত কৰিব পাৰে ।
- কৰ্কট ৰাশি : পৰিয়ালৰ লগত সম্পর্ক ভাল । ব্যস্ত কাৰ্যসূচীৰ মাজেৰে সময় উলিয়াই প্ৰেমত মনোযোগ দিব । সন্ধিয়াটো আপুনি নিজৰ প্ৰেমৰ লগত কটাব । মানসিক আৰু শাৰীৰিক চিন্তা ভাল ।
- সিংহ ৰাশি : নিজৰ সৌন্দৰ্যৰ কথাত মনোযোগ দিব । সৌন্দৰ্যতা বৃদ্ধি কৰিবলৈ খৰচ হʼব । নতুনকৈ কার্য-ব্যৱসায় আৰম্ভ নকৰিব । ভাগ্য ভাল ।
- কন্যা ৰাশি : শান্ত বা মধুৰ বাক্যই শুনোতাসকলক উৎসাহিত কৰিব পাৰে । পৰিয়াল উপাসনাত কেতিয়াও বাধা আহিবলৈ নিদিব ।পৰিয়ালক ভালদৰে যত্ন লোৱাৰ বাবে প্ৰশংসা লাভ । আবেলি কৰ্ম জীৱন ভাল বন্ধু লাভ । তথাপিও সতৰ্কতা অৱলম্বন কৰা উচিত ৷ খৰচ বৃদ্ধি ।
- তুলা ৰাশি : ভাল দিন ৷ মানসিক শান্তি আৰু স্থিৰতা লাভ । কৰ্মক্ষেত্ৰৰ পৰিৱেশ সুন্দৰ । অফিচৰ পাৰ্টীত আপোনাৰ সুন্দৰ সাজপাৰে সকলোকে মোহিত কৰিব ৷ ভাল খবৰ পাব পাৰে, যি আপোনাৰ কামৰ ক্ষেত্ৰত বা প্ৰিয়জনৰ ক্ষেত্ৰতো হʼব পাৰে ৷
- বৃশ্চিক ৰাশি : শৰীৰ ভাল । পৰিয়ালৰ লগত সুন্দৰ সময় পাৰ কৰিব । ধন লাভ । গণেশৰ আৰ্শিবাদত সকলো আপোনাৰ হাতত থাকিব ৷ পৰিয়ালৰ লগত আনন্দপূৰ্ণ মুহূত্ব উপভোগ কৰিব ৷ বেছি কষ্ট নকৰাকে ফল লাভ কৰিব ৷ আক্ৰমনাত্মক ভাব আঁতৰ কৰক । অযথা খৰচৰ পৰা নিজকে আঁতৰাই ৰাখক ৷
- ধনু ৰাশি : আজি বহুত লাভ হʼব । নিজৰ ভালৰ বাবে কোনো পলম নকৰাকৈ নিজেই পদক্ষেপ লোৱা উচিত । আনৰ পৰা পৰামৰ্শ নল’ব । কর্মত শান্ত হৈ থাকি কৰিব । খং-ৰাগৰ পৰা আঁতৰি থকাসকল সফল হʼব ।
- মকৰ ৰাশি : বন্ধু আৰু পৰিয়ালৰ লগত সুন্দৰ সময় কটাব পাৰিব ৷ কোনো পৰ্যটন ক্ষেত্ৰলৈ সুন্দৰ সময় কটাবলৈ যাব পাৰে । প্ৰিয়জনৰ লগত ঘৰতে দিনটো সময় পাৰ কৰিও আনন্দিত হৈ পৰিব পাৰে ৷ নতুন ব্যৱসায় আৰম্ভ কৰাৰ কথাও চিন্তা কৰিব পাৰে ৷ শৰীৰ ভালে থাকিব ৷
- কুম্ভ ৰাশি : সৰু-সুৰা দুৰ্বলতাবোৰ আওকাণ কৰাৰ পৰিৱৰ্তে তাক লৈ বাদ-বিবাদ নকৰিব । খং-ৰাগৰ ওপৰত নিয়ন্ত্রণ কৰিব । পৰচৰ্চা কৰাৰ পৰা আঁতৰি থকা উচিত । সন্ধিয়াটো প্ৰায় ভাল হʼব ।
- মীন ৰাশি : অধ্যয়নৰ আৰু কাৰ্যভাৰ ভাল হʼব । কাৰ্যভাৰ সম্পূৰ্ণ কৰিবলৈ নিজৰ শক্তি ব্যৱহাৰ কৰিব । জ্যেষ্ঠৰ পৰা পৰামৰ্শ লোৱাটো ভাল । ব্যক্তিগত জীৱনত সুখী হোৱাটো নিজৰ ওপৰত নিৰ্ভৰ কৰে ।

