ETV Bharat / state

বৈদিক জ্যোতিষশাস্ত্ৰৰ মতে আপুনি বাৰু জানেনে কেনে যাব আপোনাৰ আজিৰ দিনটো ?

জ্যোতিষশাস্ত্ৰৰ মতে জানি লওক আজিৰ দিনটো আপোনাৰ বাবে কিমান ভাল বা বেয়া হ'ব ? কি কি কৰিব, কি কি নকৰিব ?

Daily horoscope for 19th November 2025
ৰাশিফল (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : November 19, 2025 at 5:16 AM IST

2 Min Read
Choose ETV Bharat
  1. মেষ ৰাশি : নিজৰ সৌন্দৰ্যৰ কথাত মনোযোগ দিব ৷ সৌন্দৰ্যতা বৃদ্ধি কৰিবলৈ খৰচ হʼব ৷ প্ৰেমৰ সম্পর্ক ভাল ৷ পৰিয়ালৰ লগত সৰু যাত্রা হʼব পাৰে ৷ পৰিয়ালৰ লগত ৰাতিৰ খানা ভাল হʼব ৷ ড্ৰাইভ আনন্দৰে আৰু সুস্থিৰে কৰিব ৷
  2. বৃষ ৰাশি : সঠিক আনন্দপূৰ্ণ মনোবৃত্তি বজাই ৰাখিব । আজি প্ৰায় ভাল ৷ নিজৰ আত্মসন্মান বঢ়াবলৈ প্ৰেমাভিনয় কৰাটো উচিত নহয় ৷ খং-ৰাগৰ ওপৰত নিয়ন্ত্রণ ৰাখক ৷ প্ৰেমৰ সম্পর্কত মনোযোগ দিব ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷
  3. মিথুন ৰাশি : যুক্তিৰে সকলো কথা চিন্তা কৰিব ৷ মানসিক অশান্তি হ’ব পাৰে ৷ নিজৰ আত্মসন্মান বঢ়াবলৈ আপুনি বন্ধুৰ আগত মনৰ দুঃচিন্তা প্ৰকাশ নকৰিব ৷ প্ৰেমৰ সম্পর্ক ভাল ৷
  4. কৰ্কট ৰাশি : দিনটো কঠিন হʼব পাৰে ৷ কিছু খেলিমেলি হʼব পাৰে ৷ এলেহুৱা আৰু নিৰুৎসাহিত হৈ পৰিব পাৰে ৷ ইয়াৰ প্ৰভাৱ কর্মত পৰিব ৷ সতৰ্কতা অৱলম্বন কৰা উচিত ৷ কৰ্মত অধিক ব্যস্ত হʼব পাৰে ৷
  5. সিংহ ৰাশি : কামত সফলতা ৷ ভাতৃ-ভগ্নীৰ লগত আৰু বন্ধুৰ লগত সম্বন্ধ উন্নত হ’ব ৷ বনভোজ বা সৰু ভ্ৰমণত যাব পাৰে ৷ স্বাস্থ্য ভাল ৷ ধনৰ দিশ লাভজনক ৷ নতুন ব্যৱসায় আৰম্ভ কৰিবলৈ এইটো এটা সুন্দৰ সময় ৷
  6. কন্যা ৰাশি : দিনটো শুভ ৷ ভাগ্য ভাল ৷ পাৰিবাৰিক সমস্যা দূৰ হ’ব ৷ ধনৰ দিশ উন্নত হ’ব ৷ বেয়া চিন্তা পৰা মনটোক আঁতৰাই ৰাখক ৷ প্ৰিয়জনক বা বন্ধুক লগ কৰক ৷
  7. তুলা ৰাশি : নিজৰ প্ৰতিভা আৰু শিল্পৰ গুণ ব্যৱহাৰ কৰিব ৷ আপোনাৰ কলাৰ প্ৰতি প্ৰেম হʼব ৷ ভাগ্য প্ৰায় ভাল ৷
  8. বৃশ্চিক ৰাশি : দিনটো প্ৰায় সফল ৷ আজি আপোনাৰ ধাৰণা ভাল হʼব ৷ কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে ৷ প্ৰশংসা লাভ ৷
  9. ধনু ৰাশি : দিনটো সক্ৰিয় অনুভৱ হʼব ৷ গ্ৰহ-নক্ষত্ৰবোৰ স্থান ভাল ৷ ভাগ্য ভাল ৷ কর্ম ব্যৱসায়ত ভাল ৷ লক্ষ্যত সফল ৷ প্ৰেমত শুভ ৷
  10. মকৰ ৰাশি : প্রিয় দিন হʼব ৷ নাম আৰু সুনাম হʼব ! কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে ৷ নতুন কৰ্মই লক্ষ্য প্ৰদান কৰিব ৷ প্ৰশংসা লাভ ৷
  11. কুম্ভ ৰাশি : আপোনাৰ চিন্তাধাৰাবোৰ ভাল হʼব ৷ জীৱনত ভাল পদোন্নতি হʼব পাৰে ৷ প্ৰশংসা লাভ ৷
  12. মীন ৰাশি : জীৱনত ভাল বন্ধু লাভ ৷ উপযুক্ত পথত চলিব ৷ দিনটো সক্ৰিয় অনুভৱ কৰিব ।