ETV Bharat / state

কোন ৰাশিৰ লোকৰ চিন্তা থাকিব শৰীৰক লৈ...ভাগ্য কাৰ উদয় হ’ব ? চাওক দিনটোৰ ৰাশিফল

জ্যোতিষশাস্ত্ৰৰ মতে জানি লওক আজিৰ দিনটো আপোনাৰ বাবে কিমান ভাল বা বেয়া হ'ব ? কি কি কৰিব, কি কি নকৰিব ?

Daily Horoscope for 19th May 2026
19মে’ৰ ৰাশিফল (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : May 19, 2026 at 4:00 AM IST

2 Min Read
Choose ETV Bharat
  1. মেষ ৰাশি : কঠোৰ পৰিশ্ৰমৰ ফল লাভ ৷ যিজনে ধৈৰ্যশীল হয় তেওঁ লাভৱান হ’ব ৷ শান্ত হৈ কর্ম কৰিব ৷
  2. বৃষ ৰাশি : পৰিয়ালৰ লগত সম্পর্ক ভাল ৷ ব্যস্ত কাৰ্যসূচীৰ মাজতো সময় উলিয়াই প্ৰেমত মনোযোগ দিব ৷ স্বাস্থ্য ভাল ৷
  3. মিথুন ৰাশি : কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব, লক্ষ্য সফল হʼব ৷ ভাগ্য ভাল ৷ ধন-সম্পত্তিৰ পৰা সময়ত অধিক ধন উপাৰ্জন কৰিব ৷
  4. কৰ্কট ৰাশি : পৰিয়ালৰ মাজত তৰ্ক-বিতৰ্ক হʼব পাৰে ৷ হানিকাৰক আলোচনা পৰচৰ্চালৈ পৰিণত হ’ব পাৰে ৷
  5. সিংহ ৰাশি : জ্যেষ্ঠৰ পৰা পৰামৰ্শ লোৱাটো ভাল ৷ কঠোৰ পৰিশ্ৰমৰ ফল নাপাবও পাৰে ৷ হতাশা নহ’ব ৷ যিজনে ধৈৰ্যশীল হয় তেওঁ লাভৱান হ’ব ৷ কর্মত শান্ত হৈ থাকিব ৷
  6. কন্যা ৰাশি : দিনটো ভাল ৷ বহুতো ব্যক্তি লগত সংযোগ স্থাপন হʼব ৷ পছন্দৰ কাৰ্যই সহায় কৰিব ৷ সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷
  7. তুলা ৰাশি : নিজৰ প্ৰতিভা ব্যৱহাৰ কৰিব ৷ আচৰিত নহ’ব, কলাৰ প্ৰতি প্ৰেম হʼব ৷ ভাগ্য প্ৰায় ভাল ৷ সৌভাগ্য উদয় হʼব ৷
  8. বৃশ্চিক ৰাশি : নিজৰ প্ৰতিভা আৰু শিল্পৰ গুণাগুণ ব্যৱহাৰ কৰিব ৷ বিয়াৰ সংযোগত সফলতা লাভ হʼব ৷ জীৱনত ভাল বন্ধু লাভ ৷ কলাৰ প্ৰতি প্ৰেম হʼব ৷ নতুন পৰিকল্পনাৰে পুৰণি ঘৰটো ন গৃহলৈ পৰিণত কৰিব পাৰে ৷
  9. ধনু ৰাশি : হানিকাৰক আলোচনা পৰচৰ্চালৈ পৰিণত হ’ব পাৰে ৷ সাৱধানে থাকিব ৷
  10. মকৰ ৰাশি : নিজৰ ব্যৱসায় আৰু প্ৰেম সম্পর্কত মনোযোগ দিব ৷ কর্মত ব্যস্ত থকাৰ ফলত ব্যক্তিগত জীৱন প্ৰভাৱ পৰিব ৷ ব্যৱসায়ত অধিক ব্যস্ত হʼব পাৰে ৷
  11. কুম্ভ ৰাশি : যাত্রা বা ভ্রমণ হʼব পাৰে ৷ নিজৰ ভালৰ বাবে কোনো পলম নকৰাকৈ নিজেই পদক্ষেপ লোৱা উচিত । আনৰ পৰা পৰামৰ্শ নল’ব ৷ কর্মত শান্ত হৈ থাকিব ৷
  12. মীন ৰাশি : দিনটো বিপদৰ আশংকা নাই, তথাপিও কৰ্ম-ব্যৱসায়ত সতৰ্ক থকাটো ভাল ৷ নতুন ব্যৱসায় কৰিব পাৰে ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল ৷ প্ৰেমত শুভ ৷