ETV Bharat / state

বৈদিক জ্যোতিষশাস্ত্ৰ অনুসৰি কেনেদৰে পাৰ হ’ব আপোনাৰ আজিৰ দিনটো...

জ্যোতিষশাস্ত্ৰৰ মতে জানি লওক আজিৰ দিনটো আপোনাৰ বাবে কিমান ভাল বা বেয়া হ'ব ? কি কি কৰিব, কি কি নকৰিব ?

DAILY HOROSCOPE
ৰাশিফল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 19, 2025 at 4:41 AM IST

3 Min Read
Choose ETV Bharat

মেষ ৰাশি : আপুনি প্ৰায় সফল হʼব ৷ আপোনাৰ আজি ধাৰণা ভাল হʼব ৷ আপোনাৰ স্থিতি সফল হʼব ৷ মানসিক চিন্তা হʼব পাৰে ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷ বন্ধু-বৰ্গৰ লগত আনন্দময় হʼব ৷

বৃষ ৰাশি : নিজৰ ভালৰ বাবে কোনো পলম নকৰাকৈ নিজেই পদক্ষেপ লোৱা উচিত । আনৰ পৰা পৰামৰ্শ নল’ব ৷ পৰিয়ালক ভালদৰে যত্ন লোৱাৰ বাবে প্ৰশংসা কৰক । খৰচ বৃদ্ধি হʼব পাৰে ৷

মিথুন ৰাশি : আপুনি নতুন দায়িত্ব বহন কৰিব ৷ নতুন অধ্যয়ন কর্মত ব্যস্ত হৈ পৰিব আৰু কাৰ্য কৰিবলৈ ভাগৰি পৰিব ৷ আপুনি নিৰুৎসাহিত হৈ পৰিব পাৰে ৷ ভালপোৱা প্ৰেমৰ সম্পর্ক ভাল হʼব ৷

কৰ্কট ৰাশি : আজি সকলো সহজভাবে ল’বলৈ চাওক ৷ আপুনি শাৰিৰীকভাৱে অসুষ্ঠ অনুভব কৰিব ৷ হজম শক্তি হ্ৰাস হ’ব আৰু মানসিকভাবেও কিছু অশান্তি পাব ৷ খৰচ বাঢ়িব আৰু আপুনি তৰ্কত লিপ্ত হ’লে খঙৰ পৰিমাণ বাঢ়িব ৷ ভ্ৰমণৰ চিন্তা মনৰ পৰা আঁতৰাই দিয়াই মংগল ৷

সিংহ ৰাশি : আপোনাৰ আজি ভাগ্য ভাল ৷ ধন-সম্পত্তিৰ পৰা সময়ত অধিক ধন উপাৰ্জন কৰিব ৷ জ্যেষ্ঠৰ পৰা পৰামৰ্শ লোৱা ভাল হʼব ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ হʼব ৷ আজিৰ দিনটো আপোনাৰ প্ৰায় ভাল হʼব ৷ কৰ্ম জীৱনত পদোন্নতি হʼব পাৰে ৷ টকা-পইচা নিশ্চিত হʼব ৷ দৰমহা ভাল হʼব ৷ আপুনি কর্মত ব্যস্ত থকাৰ ফলত আপোনাৰ ব্যক্তিগত জীৱন প্ৰভাৱান্বিত হʼব ৷

কন্যা ৰাশি : ভালপোৱা প্ৰেমৰ সম্পর্ক ভাল হʼব ৷ নিজৰ ভালৰ বাবে কোনো পলম নকৰাকৈ নিজেই পদক্ষেপ লোৱা উচিত ।

তুলা ৰাশি : আজি দিনটো আপোনাৰ ভাল বন্ধু লাভ হʼব ৷ জীৱন ভাল বন্ধুত্বপূৰ্ণ হʼব ৷ বহুতো ব্যক্তি লগত সংযোগ হʼব, আপোনাৰ পছন্দৰ কাৰ্যই সহায় কৰিব ৷ সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷ বন্ধু-বৰ্গৰ লগত আনন্দময় হʼব ৷

বৃশ্চিক ৰাশি : আপুনি যুক্তিসূত্ৰ আৰু চিন্তাধাৰাবোৰৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিব ৷ পৰিয়ালক ভালদৰে যত্ন লোৱাৰ বাবে প্ৰশংসা কৰক । আবেলি কৰ্ম জীৱন ভাল বন্ধুত্বপূৰ্ণ হʼব ৷ তথাপিও সতৰ্কতা অৱলম্বন কৰা উচিত৷

ধনু ৰাশি : আজি এনেকুৱা কিছুমান অসুবিধা আহি পৰিব, আপুনি সেইবোৰ শেষ হোৱাৰ প্ৰাৰ্থনা কৰিব ৷ অলপ সময় নিৰলে থাকক আৰু আপোনাৰ ভুলখিনি বিশ্লেষণ কৰক ৷ গাড়ী সাবধানে চলাব আৰু ট্ৰেফিক ৰক্ষাৰ নিয়ম মানিব ৷ ভ্ৰমণৰ সিদ্ধান্ত সদ্যহতে বাতিল কৰক ৷

মকৰ ৰাশি : আপোনাৰ আজি প্ৰায় ভাল হʼব ৷ কর্মত কঠোৰ পৰিশ্ৰমৰ মাজত আনন্দিত হ’ব ৷ প্ৰশংসা লাভ হʼব ৷ শিক্ষার্থীৰ অধ্যয়ন ভাল হʼব ৷ প্ৰেমৰ সম্পর্ক ভাল হʼব ৷ বিয়া আৰু সংযোগত সফলতা লাভ হʼব ৷ ৷ বিবাহিত জীৱন আনন্দৰ হʼব ৷

কুম্ভ ৰাশি : খৰচ বৃদ্ধি হʼব পাৰে ৷ অনাৰ্থক খৰচ-পাতি হʼব পাৰে ৷ তথাপিও দিনটো বিপদাশংকা নহয় ৷ কার্য-ব্যৱসায়, পৰিয়াল, প্ৰেমৰ সম্পর্ক আৰু বন্ধু-বৰ্গৰ লগত দিন ভাল হʼব ৷

মীন ৰাশি : আপোনাৰ নিজৰ ব্যক্তিগত পৰামৰ্শক মানি চলাৰ আৰু নিজৰ প্ৰতিভা ব্যৱহাৰ কৰাৰ উচিত সময় ৷ নতুন কাপোৰ বজাৰ কৰিবলৈ যোৱা হʼব ৷ কর্মত ব্যস্ত থকাৰ ফলত ব্যক্তিগত জীৱন প্ৰভাৱান্বিত হʼব ৷ প্ৰেমৰ সম্পর্কত মনোযোগ দিব ৷ আজি আপুনি নিজৰ সপোনৰ ৰাজ্যত বাস কৰিব ৷