ETV Bharat / state

কোন ৰাশিৰ হ’ব খৰচ বৃদ্ধি, কাৰ জীৱনত আছে বাধা, কোন ৰাশিৰ লোকে লাভ কৰিব সফলতা... জানিবলৈ পঢ়ক দিনটোৰ ৰাশিফল

জ্যোতিষশাস্ত্ৰৰ মতে জানি লওক আজিৰ দিনটো আপোনাৰ বাবে কিমান ভাল বা বেয়া হ'ব ? কি কি কৰিব, কি কি নকৰিব ?

Daily Horoscope
দৈনিক ৰাশিফল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : August 19, 2026 at 7:01 AM IST

2 Min Read
Choose ETV Bharat
  1. মেষ ৰাশি : আজি আপুনি নিজৰ সৌন্দৰ্যৰ প্ৰতি মনোযোগ দিব ৷ সৌন্দৰ্যতা বৃদ্ধি কৰিবলৈ খৰচ হʼব ৷ পৰিয়ালৰ লগত সৰু যাত্রা হʼব পাৰে ৷
  2. বৃষ ৰাশি : সঠিক আনন্দপূৰ্ণ মনোবৃত্তি বজাই ৰাখিব । আপোনাৰ আজি প্ৰায় ভাল হʼব ৷ খং-ৰাগৰ ওপৰত নিয়ন্ত্রণ কৰি প্ৰেমৰ সম্পর্কত মনোযোগ দিব ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷
  3. মিথুন ৰাশি : আপোনাৰ আজি ভাগ্য ভাল ৷ ধন-সম্পত্তিৰ পৰা সময়ত অধিক ধন উপাৰ্জন কৰিব ৷ জ্যেষ্ঠৰ পৰা পৰামৰ্শ লোৱা ভাল হʼব ৷
  4. কৰ্কট ৰাশি : আপোনাৰ কঠিন দিন হʼব পাৰে ৷ খেলিমেলি হʼব পাৰে ৷ আপুনি এলেহুৱা-নিৰুৎসাহিত হৈ পৰিব পাৰে, কাৰ্য-কর্ম প্ৰভাৱান্বিত হʼব ৷ কৰ্ম বিধিত অধিক ব্যস্ত হʼব পাৰে ৷
  5. সিংহ ৰাশি : কৰ্ম জীৱনত ভাল বন্ধু লাভ হʼব ৷ আপুনি প্ৰায় সফল হʼব ৷ পৰৰ বিচাৰ নকৰিব, তেহে আপোনাৰো বিচাৰ কৰা নহ’ব । টকা-পইচা জমা কৰিব ৷
  6. কন্যা ৰাশি : আজি আপোনাৰ সক্ৰিয় দিন হʼব ৷ মানসিক চিন্তা আৰু নিৰুৎসাহিত হৈ পৰিব পাৰে; তথাপিও আপুনি প্ৰায় সফল হʼব ৷ পৰিয়ালৰ লগত সম্পর্ক প্ৰায় ভাল হʼব ৷
  7. তুলা ৰাশি : দিনটো পৰিয়ালৰ লগত প্ৰেমৰ সম্পর্ক ভাল হʼব ৷ প্রিয় দিন হʼব ৷ নাম আৰু সুনাম হʼব ৷
  8. বৃশ্চিক ৰাশি : প্রিয় দিন হʼব ৷ নাম আৰু সুনাম হʼব ৷ প্ৰেমৰ সম্পর্ক ভাল হʼব ৷
  9. ধনু ৰাশি : আজি আপুনি কঠোৰ কাৰ্যত সহজতে সফলতা লাভ কৰিব ৷ দুৰ্বলতাবোৰ আওকাণ কৰাৰ পৰিবৰ্তে তাক লৈ বাদ-বিবাদ নকৰিব ৷ সতৰ্কতা অৱলম্বন কৰা উচিত ৷
  10. মকৰ ৰাশি : কৰ্ম জীৱনত ভাল বন্ধু লাভ হʼব ৷ আপুনি প্ৰায় সফল হʼব ৷ মনটোক জীৱনৰ অনাৱশ্যকীয় চিন্তাধাৰাৰ পৰা আঁতৰাই ৰাখক, দিন ভাল হʼব ৷
  11. কুম্ভ ৰাশি : বিপদাশংকা নহয়, কিন্তু কৰ্ম-ব্যৱসায়ত সতৰ্ক থকাটো ভাল ৷ কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব, লক্ষ্য সফল হʼব ৷ কৰ্মক ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব, সফল হʼব ৷
  12. মীন ৰাশি : আজি কার্য-কর্ম বন্ধ কৰি আৰাম কৰিব পাৰে ৷ যিকোনো সৎকৰ্মত আপুনি কোনো পলম নকৰাকৈ সফল হ’ব ৷ আপুনি এবাৰ লক্ষ্য ৰখাৰ পিছত তাত উপনীত হ’বলৈ পৰিশ্ৰম কৰক ।