কাৰ হ’ব খৰচ বৃদ্ধি, প্ৰেমৰ সম্পৰ্ক কেনে হ’ব, কৰ্ম-ব্যৱসায়ত কোন হ’ব সফল, জানিবলৈ পঢ়ক দিনটোৰ ৰাশিফল...
জ্যোতিষশাস্ত্ৰৰ মতে জানি লওক আজিৰ দিনটো আপোনাৰ বাবে কিমান ভাল বা বেয়া হ'ব ? কি কি কৰিব, কি কি নকৰিব ?
ৰাশিফল (ETV Bharat)

Published : November 18, 2025 at 5:01 AM IST
- মেষ ৰাশি : নিজৰ সৌন্দৰ্যৰ কথাত মনোযোগ দিব ৷ সৌন্দৰ্যতা বৃদ্ধি কৰিবলৈ খৰচ হʼব ৷ প্ৰেমৰ সম্পর্ক ভাল ৷ পৰিয়ালৰ লগত সৰু যাত্রা হʼব পাৰে ৷ পৰিয়ালৰ লগত ৰাতিৰ আহাৰ ভাল হʼব ৷ ড্ৰাইভ আনন্দৰে আৰু সুস্থিৰে কৰিব ৷
- বৃষ ৰাশি : সঠিক আনন্দপূৰ্ণ মনোবৃত্তি বজাই ৰাখিব । আজি দিনটো প্ৰায় ভাল ৷ নিজৰ আত্মসন্মান বঢ়াবলৈ প্ৰেমাভিনয় কৰাটো উচিত নহয় ৷ খং-ৰাগৰ পৰা আঁতৰি থাকক ৷ প্ৰেমৰ সম্পর্কত মনোযোগ দিব ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷
- মিথুন ৰাশি : আজি ভাগ্য ভাল ৷ ধন-সম্পত্তিৰ পৰা সময়ত অধিক ধন উপাৰ্জন কৰিব ৷ জ্যেষ্ঠৰ পৰা পৰামৰ্শ লোৱাটো ভাল হʼব ৷ প্ৰশংসা লাভ ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ ৷
- কৰ্কট ৰাশি : দিনটো কঠিন হʼব পাৰে ৷ কিছু খেলিমেলি হʼব পাৰে ৷ এলেহুৱা আৰু নিৰুৎসাহিত হৈ পৰিব পাৰে ৷ ইয়াৰ প্ৰভাৱ কর্মত পৰিব ৷ সতৰ্কতা অৱলম্বন কৰা উচিত ৷ কৰ্মত অধিক ব্যস্ত হʼব পাৰে ৷
- সিংহ ৰাশি : পুৰণি ইচ্ছা প্ৰতি আসক্ত হৈ পৰিব পাৰে ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ ৷ পৰৰ বিচাৰ নকৰিব, তেহে আপোনাৰো বিচাৰ কৰা নহ’ব ।
- কন্যা ৰাশি : দিনটো সক্ৰিয় হৈ থাকিব ৷ মানসিক চিন্তা হ’ব পাৰে ৷ নিৰুৎসাহিত হৈ পৰিব পাৰে ৷ তথাপিও আপুনি প্ৰায় সফল হʼব ৷ পৰিয়ালৰ লগত সম্পর্ক প্ৰায় ভাল ৷ নতুন কৰ্ম লক্ষ্য প্ৰদান কৰিব পাৰে ৷ প্ৰশংসা লাভ ৷ প্ৰেম সম্পর্কত মনোযোগ দিব ৷
- তুলা ৰাশি : দিনটো ভাল ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল ৷ নাম আৰু সুনাম হʼব ৷ প্ৰেমৰ সম্পর্ক ভাল ৷
- বৃশ্চিক ৰাশি : দিনটো ভাল ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল ৷ নাম আৰু সুনাম হʼব ৷ প্ৰেমৰ সম্পর্ক ভাল ৷
- ধনু ৰাশি : কঠোৰ কাৰ্যত সহজতে সফলতা লাভ কৰিব ৷ বহুতো ব্যক্তি লগত সংযোগ স্থাপন হʼব ৷ পছন্দ কাৰ্যই সহায় কৰিব ৷ দুৰ্বলতাবোৰ আওকাণ কৰাৰ পৰিৱৰ্তে তাক লৈ বাদ-বিবাদ নকৰিব ৷ সতৰ্কতা অৱলম্বন কৰা উচিত ৷
- মকৰ ৰাশি : পুৰণি ইচ্ছা প্ৰতি আসক্ত হৈ পৰিব পাৰে ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ ৷ মনটোক জীৱনৰ অনাৱশ্যকীয় চিন্তাধাৰাৰ পৰা আঁতৰাই ৰাখক ৷ এক ৰোমাঞ্চকৰ আৰু আনন্দপূৰ্ণ জীৱন লাভ কৰিব ৷
- কুম্ভ ৰাশি : বিপদৰ আশংকা নাই ৷ কিন্তু কৰ্ম-ব্যৱসায়ত সতৰ্ক থকাটো ভাল ৷ ভাল লক্ষ্যত সফল হʼব ৷ কিন্তু বন্ধুৰ লগত বিবাদ হ’ব পাৰে ৷ কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব ৷ কৰ্ম ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব ৷
- মীন ৰাশি : আজি কার্য কর্ম বন্ধ কৰি আৰাম কৰিব পাৰে ৷ যিকোনো সৎকৰ্মত আপুনি কোনো পলম নকৰাকৈ সফল হ’ব ৷ লক্ষ্যত উপনীত হ’বলৈ পৰিশ্ৰম কৰক । বন্ধু আৰু প্ৰেমৰ সম্পর্কত থকা ব্যক্তিৰ সৈতে পার্টী হʼব পাৰে ৷ পৰিয়ালৰ লগত সৰু যাত্রা হʼব পাৰে ৷ পৰিয়ালৰ লগত ৰাতিৰ খানা ভাল হʼব ৷

