জ্যোতিষশাস্ত্ৰ অনুসৰি কেনেদৰে পাৰ হ’ব আজিৰ দিনটো… জানক দিনটোৰ ৰাশিফল
আজিৰ দিনটো আপোনাৰ বাবে কিমান ভাল বা বেয়া ? দিনটোত কি কৰিব, কি নকৰিব ? সকলো জানিব পাৰিব আমাৰ এই ৰাশিফলৰ জৰিয়তে ৷
দৈনিক ৰাশিফল (ETV Bharat)

Published : April 18, 2026 at 4:23 AM IST
- মেষ ৰাশি : কম সময়ত অধিক লাভ পোৱাৰ আশাত কোনো কাম নকৰিব, আপুনি বিপদত পৰিব পাৰে । কোনো আইনী কাৰ্য্যৰ পৰা আতঁৰত থাকক; আৰ্থিক লেনদেনত সৰ্তক হওক। আজি একাগ্ৰতাৰ অভাৱ হ’ব পাৰে; কামত নিজৰ শ্ৰেষ্ঠতা প্ৰদান কৰিব নোৱাৰিব । দিনটোৰ প্ৰথম ভাগত দুৰ্ঘটনা সম্ভাৱনা আছে; সাৱধানতাৰে গাড়ী চলাওক ।
- বৃষ ৰাশি : আজি আপুনি ব্যৱসায় বিধিত অধিক ব্যস্ত হʼব পাৰে ৷ আপুনি কর্মত ব্যস্ত থকাৰ ফলত আপোনাৰ ব্যক্তিগত জীৱন প্ৰভাৱান্বিত হʼব ৷ আপুনি নিৰুৎসাহিত হৈ পৰিব পাৰে, কাৰ্য-কর্ম প্ৰভাৱান্বিত হʼব ৷
- মিথুন ৰাশি : আজি আপুনি কর্ম ব্যৱসায় বিধিত অধিক ব্যস্ত হʼব পাৰে ৷ আপুনি কর্মত ব্যস্ত থকাৰ ফলত আপোনাৰ ব্যক্তিগত জীৱন প্ৰভাৱান্বিত হʼব ৷ আপুনি নিৰুৎসাহিত হৈ পৰিব পাৰে, কাৰ্য-কর্ম প্ৰভাৱান্বিত হʼব ৷ আপোনাৰ ভাল মনৰ বাবে সক্ৰিয় যোগ-অনুশীলন কৰা ইচ্ছা হʼব পাৰে ৷
- কৰ্কট ৰাশি : দিনটো ভাল হʼব ৷ সক্ৰিয় অনুভৱ হʼব ৷ আপোনাৰ পৰিশ্ৰমৰ ভাল লক্ষ্য সফল হʼব ৷ দিনটো আপোনাৰ গ্ৰহ ভাল হয় ৷ প্ৰত্যাহ্বানৰ সম্মুখীন হ’লে সফল হʼব ৷
- সিংহ ৰাশি : আপোনাৰ কার্য্য জীৱনত প্ৰভাৱ পৰিব পাৰে ৷ হানিকাৰক আলোচনাই পৰচৰ্চালৈ পৰিণত হ’ব পাৰে ৷ নিন্দা আৰু নিৰুৎসাহিত,পৰচৰ্চা কৰাৰ পৰা আঁতৰি থকা উচিত ৷ পৰৰ বিচাৰ নকৰিব, তেহে আপোনাৰো বিচাৰ কৰা নহ’ব । কর্মত শান্ত হৈ থাকিবলৈ পৰামৰ্শ দিয়া হৈছে ৷
- কন্যা ৰাশি : কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব, লক্ষ্য সফল হʼব ৷ কৰ্মক ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব, সফল হʼব ৷ নতুন ব্যৱসায়ৰ বিচাৰ হʼব পাৰে ৷ ব্যৱসায়িক লক্ষ্য সফল হʼব, ব্যৱসায় বৃদ্ধিত লাভ হʼব ৷ টকা-পইচা নিশ্চিত হʼব ৷ আজি আপোনাৰ প্ৰায় ভাল হʼব ৷
- তুলা ৰাশি : আজি বিপদাশঙ্কা নহয়, দিন প্ৰায় ভাল হʼব ৷ দিনটো পৰিয়ালৰ লগত প্ৰেমৰ সম্পর্ক ভাল হʼব ৷ প্ৰিয় দিন হʼব ৷ নাম আৰু সুনাম হʼব ৷ প্ৰেমৰ সম্পর্ক ভাল হʼব ৷
- বৃশ্চিক ৰাশি : ব্যৱসায় কৰাত ভাল লক্ষ্য সফল হʼব, ব্যৱসায় ডাঙৰ কৰাত দেশৰ বাহিৰত সফল হʼব ৷ উত্তমৰূপে কথোপকথন কৰা আৱশ্যক, সফল হʼব ৷ উচিত সময়ত কার্য কৰাত ভাল লক্ষ্য সফল হʼব ৷
- ধনু ৰাশি : আপোনাৰ ধাৰ্মিক উৎসৱসমূহৰ উৎযাপন হʼব পাৰে ৷ নতুন বস্তু বা ব্যৱসায় আপুনি উদ্ঘাটন কৰিব ৷ যাত্রা বা ভ্রমণ হʼব পাৰে, আনন্দময় হʼব ৷
- মকৰ ৰাশি : আজি কার্য-কর্ম বন্ধ কৰি আৰাম কৰিব পাৰে ৷ যিকোনো সৎকৰ্ম্মত আপুনি কোনো পলম নকৰাকৈ সফল পাব ৷ পৰিয়ালৰ লগত সৰু যাত্রা হʼব পাৰে ৷ আপোনাৰ প্ৰায় ভাল, আনন্দময় দিন হʼব ৷
- কুম্ভ ৰাশি : পৰিয়ালৰ লগত সম্পর্ক ভাল হʼব ৷ আপোনাৰ প্ৰায় ভাল আনন্দময় দিন হʼব ৷ আপুনি আজি আৱেগিক চিন্তাধাৰাবোৰৰ সৈতে যুঁজিব ৷ পৰিয়ালৰ মাজত তৰ্ক-বিতৰ্ক হʼব পাৰে ৷ আপোনাৰ খং-ৰাগৰ কাৰণে জীৱনত প্ৰভাৱ পৰিব পাৰে ৷ শান্ত হৈ থাকিবলৈ পৰামৰ্শ দিয়া হৈছে ৷ আপুনি লʼৰা-ছোৱালীৰ মন ভালে ৰখাত মনোযোগ দিব ৷
- মীন ৰাশি : আজি আপুনি ব্যৱসায় বিধিত অধিক ব্যস্ত হʼব পাৰে ৷ বিপদাশঙ্কা কৰ্ম্মক সহজে সম্পন্ন কৰিব ৷ কর্ম প্রতিযোগিতা কৰিব পাৰে, কর্ম প্রতিযোগিতাত কিন্তু বিফল হʼব ৷

