ETV Bharat / state

বৈদিক জ্যোতিষশাস্ত্ৰৰ মতে আপুনি বাৰু জানেনে কেনে যাব আপোনাৰ আজিৰ দিনটো ?

জ্যোতিষশাস্ত্ৰৰ মতে জানি লওক আজিৰ দিনটো আপোনাৰ বাবে কিমান ভাল বা বেয়া হ'ব ? কি কি কৰিব, কি কি নকৰিব ?

DAILY HOROSCOPE
দৈনিক ৰাশিফল (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : November 17, 2025 at 4:35 AM IST

4 Min Read
Choose ETV Bharat
  1. মেষ ৰাশি : প্রিয় দিন হʼব ৷ আপোনাৰ আজি ৰোমাঞ্চকৰ পাৰ্টী কৰিবলৈ মন হৈ পৰিব । শুভবাৰ্তা লাভ কৰিব । আপুনি আজি প্ৰায় সফল হʼব ৷ বহুতো ব্যক্তি লগত সংযোগ হʼব ৷ আপোনাৰ জীৱন ভাল বন্ধুত্বপূৰ্ণ হʼব ৷ প্ৰেম সম্পর্কত মনোযোগ দিব ৷
  2. বৃষ ৰাশি : আজি সতৰ্কতা অৱলম্বন কৰা উচিত৷ আজি বিপদাশঙ্কা নহয়, দিন প্ৰায় ভাল সফল হʼব ৷ দিনটো পৰিয়ালৰ লগত প্ৰেমৰ সম্পর্ক ভাল হʼব ৷ প্রিয় দিন হʼব ৷ নাম আৰু সুনাম হʼব ৷ প্ৰেমৰ সম্পর্ক ভাল হʼব ৷
  3. মিথুন ৰাশি : আজি জীৱনৰ গুৰুত্বপূৰ্ণ দিন ৷ বিপদাশঙ্কা কৰ্মক সহজে সম্পন্ন কৰিব ৷ আজি আপোনাৰ সঠিক মনোবৃত্তি আহৰণ কৰাৰ যোগেদি সফল হʼব ৷ সহজতে আপুনি নিৰুৎসাহিত হৈ নপৰিব ৷ আপুনি নিজৰ অর্জনৰ ওপৰত গৌৰৱ কৰিব ৷
  4. কৰ্কট ৰাশি : আপুনি আজিৰ দিনটোত সক্ৰিয় অনুভৱ কৰিব । ভাল হʼব, প্ৰায় সফল হʼব ৷ কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে ৷ আপোনাক নতুন কৰ্মই লক্ষ্য প্ৰদান কৰিব পাৰে ৷ নিজৰ ব্যৱসায় কৰ্মত মনোযোগ দিব ৷ তথাপিও কৰ্ম-ব্যৱসায়ত কিছু সময়ত খেলিমেলি হʼব পাৰে, কিন্তু আপুনি বিফলতা নাপাব ৷ জীৱনত সফলতা পাব ৷
  5. সিংহ ৰাশি : বৌদ্ধিক ক্ষমতা বৃদ্ধি পাব আৰু বৌদ্ধিক চৰ্চাত অংশগ্ৰহণ কৰিবৰ বাবে প্ৰলুব্ধ হ’ব, কিন্তু এনেক্ষেত্ৰত জড়িত হোৱাৰ পৰা বিৰত থাকক । পৰিয়ালৰ সদস্যসকলৰ লগত মন নিমিলিব পাৰে । আজি আৰ্থিক লাভ হ’ব পাৰে । দুপৰীয়া পিছত, প্ৰতিটো পদক্ষেপ ভাবি চিন্তি ল’ব । ভাতৃৰ পৰা উপকৃত হ’ব । আধ্যাত্মিক ক্ষেত্ৰত অৰ্জন কৰাৰ সম্ভাৱনা আছে ।
  6. কন্যা ৰাশি : কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব, লক্ষ্য সফল হʼব ৷ কৰ্ম ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব, সফল হʼব ৷ আপোনাৰ আজি ভাগ্য ভাল ৷ কার্য-কর্ম বন্ধ কৰি আৰাম কৰিব পাৰে ৷ প্ৰশংসা লাভ হʼব ৷
  7. তুলা ৰাশি : পৰিয়ালৰ লগত প্ৰেমৰ সম্পর্ক লগত ৷ আপুনি নিজৰ ব্যৱসায় আৰু কর্মত ব্যস্ত হʼব ৷ কর্মত বাহিৰলৈ সৰু যাত্রা হʼব পাৰে ৷ এই যাত্রা কৰ্ম-ব্যৱসায়ত সফল হʼব ৷ আপুনি নিজৰ ব্যৱসায় আৰু কর্মত ব্যস্ত হʼব ৷ পৰিয়ালৰ লগত পার্টিত নহয় ।
  8. বৃশ্চিক ৰাশি : জীৱন সংগী নিৰ্বাচনৰ বাবে অতি শুভ দিন । আয় বৃদ্ধি পাব পাৰে আৰু ব্যৱসায়ৰ বিকাশ হ’ব পাৰে । বন্ধুবৰ্গৰ লগত প্ৰমোদ ভ্ৰমণত আনন্দ লাভ কৰিব । দুপৰীয়াৰ পিছত আপুনি খঙাল আৰু আক্ৰমাণাত্মক হোৱাৰ সম্ভাৱনা আছে । কাৰো প্ৰতি আগ্ৰাসী হোৱাৰ পৰা বিৰত থাকক । বন্ধু-বৰ্গৰ লগত হোৱা বিবাদৰ বাবে, মানসিক অস্থিৰতা অনুভৱ কৰিব পাৰে ।
  9. ধনু ৰাশি : কাৰ্য কৰিবলৈ ভাগৰি পৰিব ৷ আপুনি নিৰুৎসাহিত হৈ পৰিব পাৰে ৷ কর্ম প্রতিযোগীয়ে প্রতিযোগিতা কৰিব পাৰে, কর্ম প্রতিযোগিতাত কিন্তু বিফল হʼব ৷ আজি আপুনি কঠোৰ কাৰ্য সহজতে সফল কৰিব ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷ বন্ধু-বৰ্গৰ লগত আনন্দময় হʼব ৷
  10. মকৰ ৰাশি : আপোনাৰ আজিৰ দিনটো সক্ৰিয়তা অনুভৱ হʼব । ভাল হʼব । প্ৰায় সফল হʼব ৷ কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে ৷ প্ৰশংসা লাভ হʼব ৷ আপোনাক নতুন কৰ্মই লক্ষ্য প্ৰদান কৰিব পাৰে ৷ নিজৰ ব্যৱসায় কৰ্মত মনোযোগ দিব ৷ আপোনাৰ কৰ্মত মনোযোগ দিব ৷ জীৱনত সফলতা পাব ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল হʼব । প্ৰেমৰ সম্পর্ক ভাল হʼব ৷
  11. কুম্ভ ৰাশি : আপুনি আপোনাৰ নিজৰ ব্যৱসায় কর্মত মনোযোগ দিব ৷ কর্মত ব্যস্ত থকাৰ ভাল ফল হʼব ৷ আপুনি আপোনাৰ পছন্দ কার্য-ব্যৱসায়ত যোগদান দিব ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ হʼব ৷ ব্যৱসায় কৰিলে লক্ষ্যত সফল হʼব ৷ আপোনাৰ দিন প্ৰায় ভাল হʼব ৷ ভাগ্য ভাল হʼব ৷ লক্ষ্যত সফল হʼব ৷ কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে ৷ উপযুক্ত পথত চলিবলৈ পৰামৰ্শ দিয়া হৈছে ৷
  12. মীন ৰাশি : আজি আপুনি আপোনাৰ নিজৰ বহু দিনৰ প্ৰেমক পাব পাৰে ৷ আপুনি পত্নীক সুন্দৰ উপহাৰ দিব ৷ আপোনাৰ আৰ্ট আৰু নতুন অধ্যয়ন কৰিবলৈ ইচ্ছা হʼব পাৰে ৷