জ্যোতিষশাস্ত্ৰ মতে আপোনাৰ 17 মাৰ্চৰ দিনটো কেনে হ'ব, জানি লওক...
বৈদিক জ্যোতিষশাস্ত্ৰ অনুসৰি আজি আপুনি কি ক্ষেত্ৰত সাৱধান হ’ব লাগিব, সেই বিষয়ে প্ৰতিকাৰ দিব ।গ্ৰহ-নক্ষত্ৰৰ পৰিৱৰ্তন অনুযায়ী দিনটো কেনে যাব, জানি লওক ইটিভি ভাৰত,অসমৰ ৰাশিফলত...
বৈদিক ৰাশিফল (ETV Bharat)

Published : March 17, 2026 at 4:06 AM IST
- মেষ ৰাশি : প্ৰতিচ্ছবিৰ দিন ৷ চিন্তাধাৰাবোৰ ভাল ৷ ভাল পদোন্নতি হʼব পাৰে ৷
- বৃষ ৰাশি : চাকৰিয়ালসকলৰ কাৰণে দিনটো ভাল ৷ নতুন কামত সফল ৷ সাংসাৰিক সুখ নিশ্চিত । অসমাপ্ত কাম সন্তোষজনকভাৱে সমাপ্ত হ’ব । কৰ্মক্ষেত্ৰত অনুকূল পৰিৱেশ নিশ্চিত ।
- মিথুন ৰাশি : ভ্রমণৰ হʼব পাৰে ৷ আনন্দময় হʼব ৷ নিজৰ ভালৰ বাবে কোনো পলম নকৰাকৈ নিজেই পদক্ষেপ লোৱা উচিত । আনৰ পৰা পৰামৰ্শ নল’ব ৷ কর্মত শান্ত হৈ থাকিব ৷
- কৰ্কট ৰাশি : কঠোৰ পৰিশ্ৰমৰ মাজতো আনন্দিত হ’ব ৷ কৰ্মত প্ৰায় সফল ৷
- সিংহ ৰাশি : স্বামী-স্ত্ৰীৰ মাজত তিক্ততা দেখা দিব পাৰে, ফলত ক্ষোভৰ সৃষ্টি হ’ব । জীৱনসংগী অসুস্থ হ’ব পাৰে । শান্ত হৈ থাকক । অহেতুক কথাবতৰাত লিপ্ত হৈ নপৰিব । মামলা-মোকৰ্দমাৰ পৰা প্ৰত্যাশিত ফল নাপাবও পাৰে ।
- কন্যা ৰাশি : বৃত্তিধাৰী আৰু ব্যৱসায়ীসকলৰ কাৰণে দিনটো বৰ ভাল । প্ৰতিযোগী, অংশীদাৰ আৰু সহকৰ্মীসকলতকৈ আগবাঢ়ি থাকিব। সহকৰ্মীসকলে আপোনাক সাহায্য-সহযোগিতা কৰিব । সংসাৰত বহুত আনন্দ আৰু পৰিতৃপ্তি পাব । স্বাস্থ্য বেয়া হ’ব পাৰে । লাভৰ তীব্ৰ যোগ ৷ বেমাৰত ভুগি থকাসকলে সুস্থ হৈ উঠিব পাৰে ।
- তুলা ৰাশি : সতৰ্কতা অৱলম্বন কৰা উচিত ৷ সতৰ্ক হোৱা উচিত ৷ প্ৰেমৰ সম্পর্ক ভাল ৷ জীৱন ভাল বন্ধু লাভ ৷ উপযুক্ত পথত চলিব ৷ লক্ষ্যত সফল ৷
- বৃশ্চিক ৰাশি : সৰু যাত্রা হʼব পাৰে ৷ মানসিক আৰু শাৰীৰিক হতাশা হʼব পাৰে ৷
- ধনু ৰাশি : ইফালে-সিফালে আজি অ-আমন্ত্রিত পৰামর্শ পাব ৷ খেলিমেলি হʼব পাৰে ৷ কৰ্ম জীৱনত অশান্তি হʼব ৷ যুক্তিৰে সকলো কথা চিন্তা কৰিব ৷ খেলিমেলি হʼব পাৰে ৷
- মকৰ ৰাশি : দিনটো বৰ ভাল নহয় । প্ৰাৰ্থনা আৰু ধ্যান কৰিলে ভাল হ’ব । পৰিয়ালৰ লোকসকলৰ মাজত ভুল বুজাবুজি হ’ব পাৰে ৷ অনাৱশ্যক ব্যয়ে সমস্যা অধিক বৃদ্ধি কৰিব । স্বাস্থ্যক লৈ সতৰ্ক হওঁক ।
- কুম্ভ ৰাশি : আৰ্থিকভাৱে দিনটো বাবে অত্যন্ত ভাল । বন্ধু আৰু সতীৰ্থসকলৰ সৈতে আনন্দদায়ক মুহূৰ্ত উপভোগ কৰিব ৷ আনন্দদায়ক ভ্ৰমণৰ সম্ভাৱনা ৷
- মীন ৰাশি : বিবাহিতৰ বাবে এইটো দিন ভাল ৷ প্ৰেমৰ সম্পর্ক ভাল হʼব ৷ পৰিয়ালৰ লগত সৰু যাত্রা হʼব পাৰে ৷ পৰিয়ালৰ লগত ৰাতিৰ খানা ভাল হʼব ৷

