ETV Bharat / state

একাধিক ৰাশিৰ বাবে শুভ আজিৰ দিনটো… কোনে কৰিব পাৰিব বিদেশ ভ্ৰমণ… জানক দিনটোৰ ৰাশিফলত

জ্যোতিষশাস্ত্ৰ অনুসৰি কেনে যাব আপোনাৰ আজিৰ দিনটো ? কি কি কৰিব, কি কি নকৰিব ?

Daily Horoscope for 14th November 2025
ৰাশিফল (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : November 14, 2025 at 5:01 AM IST

3 Min Read
Choose ETV Bharat
  • মেষ ৰাশি : সন্তানৰ স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব ৷ বন্ধুৰ লগত পার্টী হʼব পাৰে ৷ প্রতিযোগিতা বা অধ্যয়নত ভাগ ল’ব পাৰে । অধিক পেশাদাৰী কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব ৷ লক্ষ্যত সফল ৷
  • বৃষ ৰাশি : কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব ৷ লক্ষ্যত সফল ৷ কৰ্ম ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব, সফল হʼব ৷ প্ৰশংসা লাভ ৷ নতুন ব্যৱসায় বিচাৰ হʼব ৷ ব্যৱসায় কৰিলে লক্ষ্যত সফল হʼব ৷ ব্যৱসায় বৃদ্ধিত লাভ ৷ তথাপিও জ্যেষ্ঠৰ পৰা পৰামৰ্শ লোৱাটো ভাল ৷
  • মিথুন ৰাশি : আপোনাৰ শান্ত বা মধুৰ ভাষ্যই আনক উৎসাহিত কৰিব ৷ আজি ধ্যান বা যোগ কৰাৰ প্রয়োজন ৷ তেতিয়া প্ৰেমৰ সম্পর্ক ভাল হʼব ৷ হানিকাৰক আলোচনা পৰচৰ্চালৈ পৰিণত হ’ব পাৰে ৷
  • কৰ্কট ৰাশি : ব্যৱসায় বিধিত অধিক ব্যস্ত হʼব পাৰে ৷ কর্মত ব্যস্ত থকাৰ ফলত ব্যক্তিগত জীৱনত ইয়াৰ প্ৰভাৱ পৰিব ৷ পৰিয়ালৰ মাজত তৰ্ক-বিতৰ্ক হʼব পাৰে ৷
  • সিংহ ৰাশি : নিজৰ মনৰ কথা শুনিব ৷ প্ৰেম সম্পর্কত মনোযোগ দিব ৷ চৰকাৰী প্ৰকল্পত সফল ৷ নতুন ব্যৱসায় কৰিব, সফল হʼব ৷
  • কন্যা ৰাশি : হতাশ নহ’ব, পুনৰ চেষ্টা কৰিব ৷ কঠোৰ পৰিশ্ৰমৰ ফল পাব ৷ যিজনে ধৈৰ্যশীল হয় তেওঁ লাভৱান হ’ব ৷ পৰিয়ালৰ মাজত তৰ্ক-বিতৰ্ক হʼব পাৰে ৷ সন্তানৰ অসফলতাৰ বাবে নিৰুৎসাহিত হৈ পৰিব পাৰে ৷ পৰচৰ্চা কৰাৰ পৰা আঁতৰি থকা উচিত ৷
  • তুলা ৰাশি : ঈশ্বৰে প্ৰেমৰ প্ৰমাণ দিব ৷ স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব ৷ বাহিৰা খাদ্যৰ পৰা আঁতৰি থকাটো ভাল ৷ নতুন শিক্ষা অধ্যয়ন কৰিবলৈ ইচ্ছা হʼব পাৰে ৷
  • বৃশ্চিক ৰাশি : কর্মত ব্যস্ত থকাৰ ফলত ব্যক্তিগত জীৱনত ইয়াৰ প্ৰভাৱ পৰিব ৷ কার্য কর্ম বন্ধ কৰি আৰাম কৰিব পাৰে ৷ কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব ৷ লক্ষ্যত সফল ৷
  • ধনু ৰাশি : ব্যৱসায় বিধিত অধিক ব্যস্ত হʼব পাৰে ৷ কর্মত ব্যস্ত থকাৰ ফলত ব্যক্তিগত জীৱনত ইয়াৰ প্ৰভাৱ পৰিব ৷ নিৰুৎসাহিত হৈ পৰিব পাৰে ৷ কার্য জীৱন ভাল ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ ৷
  • মকৰ ৰাশি : খৰচ বৃদ্ধি ৷ সৰু যাত্রা বা ঔষধ কিনাৰ নামত খৰচ বৃদ্ধি হʼব পাৰে ৷ বাহিৰা খাদ্যৰ পৰা আঁতৰি থকাটো ভাল ৷ এলেহুৱা বা নিৰুৎসাহিত হৈ পৰিব পাৰে ৷
  • কুম্ভ ৰাশি : বিবাহিতসকলৰ বাবে এক ভাল দিন ৷ প্ৰেমৰ সম্পর্ক ভাল ৷ পৰিয়ালৰ লগত সৰু যাত্রা হʼব পাৰে ৷ পৰিয়ালৰ লগত ৰাতিৰ আহাৰ ভাল হʼব ৷
  • মীন ৰাশি : আজি আপোনাৰ আশাৰ আৰু আনন্দৰ দিন হʼব ৷ পুৰণি কৰ্মৰ ফল লাভ ৷