ETV Bharat / state

কাৰ হ’ব খৰচ বৃদ্ধি, প্ৰেমৰ সম্পৰ্ক কেনে হ’ব, কৰ্ম-ব্যৱসায়ত কোন হ’ব সফল, জানিবলৈ পঢ়ক দিনটোৰ ৰাশিফল...

জ্যোতিষশাস্ত্ৰ অনুসৰি কেনে যাব আপোনাৰ আজিৰ দিনটো ? কি কি কৰিব, কি কি নকৰিব ?

DAILY HOROSCOPE
ৰাশিফল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 11, 2025 at 3:50 AM IST

4 Min Read
Choose ETV Bharat

মেষ ৰাশি : আপুনি লʼৰা-ছোৱালীৰ স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব ৷ ল’ৰা-ছোৱালীক সন্মান কৰিবলৈ শিকোৱাটো পিতৃ-মাতৃসকলৰ বাবে গুৰুত্বপূৰ্ণ কাৰ্য ৷ বন্ধুৰ লগত পার্টি হʼব পাৰে ৷ প্রতিযোগিতা বা অধ্যয়নত ভাগ ল’ব পাৰে । অধিক পেশাদাৰী কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব, লক্ষ্য সফল হʼব ৷

বৃষ ৰাশি : আপোনাৰ আজিৰ দিনটো সক্ৰিয় অনুভৱ হʼব ৷ প্ৰায় সফল হʼব ৷ কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে ৷ আপোনাক নতুন কৰ্মই লক্ষ্য প্ৰদান কৰিব পাৰে ৷ নিজৰ ব্যৱসায় কৰ্মত মনোযোগ দিব ৷ জীৱনত সফলতা পাব ৷

মিথুন ৰাশি : আপুনি যুক্তিসূত্ৰ আৰু চিন্তাধাৰাবোৰৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিব ৷ আপোনাৰ প্ৰায় ভাল আনন্দময় দিন হʼব ৷ কিন্তু চিন্তাধাৰাবোৰৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিব ৷ আপুনি যুক্তিসূত্ৰ আৰু চিন্তাধাৰাবোৰৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিব ৷ আপোনাৰ খেলিমেলি হʼব পাৰে ৷ কৰ্ম ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব, সফল হʼব ৷

কৰ্কট ৰাশি : কৰ্কট ৰাশিক জাতক-জাতিকাসকলৰ কাৰণে আজিৰ দিনটো বিশেষকৈ মধ্যমীয়া, বিশেষ কোনো ঘটনা নঘটে আপোনালোকৰ জীৱনত । আপুনি সম্পূৰ্ণ প্ৰয়াসেৰে কাম কৰাৰ পিছতো তাৰ ফলক লৈ সন্তুষ্ট হ’ব নোৱাৰিব । যাৰ ফলত আপোনাৰ মন অস্থিৰ হৈ থাকিব আৰু দুশ্চিন্তাই আগুৰি ধৰিব । মানুহক সন্দেহ কৰাৰ মনোভাৱৰ পৰা বিৰত থাকক ৷

সিংহ ৰাশি : আপোনাৰ আজি ভাগ্য ভাল, ধন-সম্পত্তিৰ পৰা সময়ত অধিক ধন উপাৰ্জন কৰিব ৷ ব্যৱসায় কৰিলে লক্ষ্যত সফল হʼব, ব্যৱসায় বৃদ্ধিত লাভ হʼব ৷ কাৰ্য্য কৰিবলৈ ভাগৰি পৰিব ৷ আপুনি নিৰুৎসাহিত হৈ পৰিব পাৰে ৷ পৰিয়ালৰ লগত নৈশ আহাৰ ভাল হʼব ৷

কন্যা ৰাশি : আইনী কাৰ্যকলাপ পিছুৱাই দিয়ক আৰু নিজক ধীৰ-স্থিৰ আৰু শান্ত কৰি ৰাখিবলৈ প্ৰবল প্ৰয়াস পাওঁক । ব্যয় অধিক হ’লেও ধৰ্মীয় বা সামাজিক কাৰণত খৰচ কৰাৰ পৰা দূৰত নাথাকিব । এইবোৰ কামত খৰচ কৰিব পাৰিলে আপোনৰহে ভাল লাগিব । নিজৰ স্বাস্থ্যক লৈ সজাগ থাকক ।

তুলা ৰাশি : প্ৰতিচ্ছবিৰ দিন ৷ আজি আপোনাৰ চিন্তাধাৰাবোৰ ভাল হʼব ৷ জীৱনত ভাল পদোন্নতি হʼব পাৰে ৷ প্ৰশংসা লাভ হʼব ৷ আপোনাৰ প্ৰায় ভাল হʼব ৷ ঈশ্বৰে তেওঁৰ প্ৰেমৰ প্ৰমাণ দিব ৷

বৃশ্চিক ৰাশি : আপোনাৰ প্ৰায় ভাল দিন হʼব ৷ আপুনি আজি নিজৰ প্ৰতিভা দেখুৱাব ৷ নতুন কাপোৰ কিনিব ৷ প্ৰেমৰ সম্পর্ক ভাল হʼব ৷ কর্মত ব্যস্ত থকাৰ ফলত ব্যক্তিগত জীৱন প্ৰভাৱান্বিত হʼব ৷ সম্পর্কত মনোযোগ দিব ৷ কিছু লাভ কৰাৰ সপোন দেখিব ৷ প্ৰায় ভাল দিন হʼব ৷

ধনু ৰাশি : আজি আপুনি ব্যৱসায় বিধিত অধিক ব্যস্ত হʼব পাৰে ৷ আপুনি কর্মত ব্যস্ত থকাৰ ফলত আপোনাৰ ব্যক্তিগত জীৱন প্ৰভাৱান্বিত হʼব ৷ আপুনি নিৰুৎসাহিত হৈ পৰিব পাৰে, কাৰ্য-কর্ম প্ৰভাৱান্বিত হʼব ৷ কার্য জীৱন ভাল হʼব ৷ কৰ্ম জীৱন ভাল বন্ধুত্বপূৰ্ণ হʼব ৷

মকৰ ৰাশি : এই সপ্তাহত আইনী দলিলত খৰচ বৃদ্ধি হʼব পাৰে৷ চৰকাৰী নথিপত্র সুস্থিৰে পঢ়ি চহী কৰিব ৷ ৷ টকা-পইচা অনিশ্চিত হʼব পাৰে ৷ খৰচ বৃদ্ধি হʼব পাৰে ৷ তথাপিও সতৰ্কতা অৱলম্বন কৰা উচিত৷ কৰ্ম-ব্যৱসায়ত সতৰ্ক থকাটো ভাল ৷

কুম্ভ ৰাশি : আজি আপোনাৰ আত্মবিশ্বাস আৰু দৃঢ় সংকল্পৰ বাবে গ্ৰহৰ অৱস্থান অনুকূলত আছে আৰু আপুনি আজি আত্মবিশ্বাসী আৰু সুদৃঢ় মানসিকতা লৈ থাকিব । সংসাৰ সাগৰত সাঁতুৰি থকা লোকৰ বাবে দাম্পত্য সুখৰ যোগ আছে । কৰ্মক্ষেত্ৰত দিনটো ভাল, সামাজিক মান বৃদ্ধি্ পাব । অংশীদাৰিত্ব লাভদায়ক হ’ব ।

মীন ৰাশি : আজি আপোনাৰ আশাৰ আৰু আনন্দৰ দিন হʼব ৷ পুৰণি কৰ্ম সফল হʼব ৷ আপুনি লোকৰ পুৰণি বিবাদবোৰ অন্ত কৰিব ৷ আপুনি প্ৰায় সফল হʼব ৷