ETV Bharat / state

প্ৰেমৰ পৰা ধন লাভলৈ- শুকুৰবাৰে কোন ৰাশিৰ জাতক-জাতিকাৰ ভাগ্যৰ চকা ঘূৰিব, জানো আহক...

জ্যোতিষশাস্ত্ৰ অনুসৰি কেনেদৰে পাৰ হ’ব আপোনাৰ শুকুৰবাৰৰ দিনটো ? এই দিনটোত কি কি কৰিব, কি কি নকৰিব ? পঢ়ক দিনটোৰ ৰাশিফলত...

Daily Horoscope for 10th July 2026
দিনটোৰ ৰাশিফল (RKC)
author img

By ETV Bharat Assamese Team

Published : July 10, 2026 at 3:46 AM IST

2 Min Read
Choose ETV Bharat
  1. মেষ ৰাশি : আপোনাৰ কথাই আজি আনক মানসিক আঘাত দিব পাৰে ৷ প্ৰেমৰ সম্পর্ক ভাল ৷ বিয়া সংযোগত সফল ৷
  2. বৃষ ৰাশি : কঠোৰ পৰিশ্ৰমৰ ফল নাপাবও পাৰে ৷ আবেলি সৰু যাত্রা হʼব পাৰে ৷ কার্য কর্ম বন্ধ কৰি আৰাম কৰিব পাৰে ৷ জীৱনত ভাল বন্ধু লাভ ৷ প্ৰেমৰ সম্পর্ক ভাল ৷
  3. মিথুন ৰাশি : কর্মত ব্যস্ত হৈ থাকিব ৷ কর্মৰ খাতিৰত সৰু যাত্রা হʼব পাৰে ৷ এই যাত্রা কৰ্ম-ব্যৱসায়ত সফলতা দিব ৷
  4. কৰ্কট ৰাশি : কর্মত প্ৰবল হেঁচা থাকিব ৷ কঠোৰ পৰিশ্ৰম কৰিব লাগিব ।
  5. সিংহ ৰাশি : বহুত আৱেগিক হৈ পৰিব পাৰে ৷ জীৱনত ভাল সফলতা লাভ ৷ ধৈৰ্যশীল, সহনশীল হৈ পুৰণি ঘৰটো নতুন পৰিকল্পনাৰে ন গৃহলৈ পৰিণত কৰিব পাৰে ৷
  6. কন্যা ৰাশি : পিতা-মাতা, লʼৰা-ছোৱালীৰ মাজত তৰ্ক-বিতৰ্ক হʼব পাৰে ৷ খৰচ বৃদ্ধি ৷ দিনটো সক্ৰিয় অনুভৱ হʼব ৷ প্ৰেমৰ সম্পর্ক ভাল ৷
  7. তুলা ৰাশি : ৰং-বিৰঙৰ সাজ-পোছাক পৰিধান কৰিব ৷ পার্টী হʼব পাৰে ৷ প্ৰেমৰ সম্পর্ক ভাল ৷
  8. বৃশ্চিক ৰাশি : নিজৰ ওপৰত ভাৰসা ৰাখি নিৰ্ণয় ল’ব ৷ কর্ম-ব্যৱসায়ত সৰু যাত্রা হʼব পাৰে ৷ এই যাত্রা কৰ্ম-ব্যৱসায়ত সফলতা দিব ৷ সন্ধিয়া পৰিয়ালৰ লগত থাকিব ৷ প্ৰেমৰ সম্পর্কত মনোযোগ দিব ৷
  9. ধনু ৰাশি : কর্মত শান্ত হৈ থাকিব ৷ খং-ৰাগৰ বাবে সম্পর্কত প্ৰভাৱ পৰিব পাৰে ৷ সন্ধিয়া পৰিয়ালৰ লগত কটাব ৷ নিজৰ ব্যৱসায়ত মনোযোগ দিব ৷ বুদ্ধিমতাৰে কর্ম কৰিব ৷
  10. মকৰ ৰাশি : আজি প্ৰায় সফল হʼব ৷ নিজৰ ব্যৱসায় কর্মত মনোযোগ দিব ৷ কর্মত ব্যস্ত থাকিব ৷ ব্যক্তিগত জীৱনত প্ৰভাৱ পৰিব ৷ ভুল পথত নচলিবলৈ ৷ আনক সহায় কৰিব । শিক্ষার্থীৰ অধ্যয়ন ভাল হʼব ৷
  11. কুম্ভ ৰাশি : আজি কোনো পার্টী হʼব পাৰে ৷ আশাপূৰ্ণ আৰু আনন্দপূৰ্ণ মনোবৃত্তি বজাই ৰাখিব ৷ নতুন বন্ধু-বৰ্গ হ’ব পাৰে ৷
  12. মীন ৰাশি : দিনটো ভাল ৷ ভাল বন্ধু লাভ ৷ প্ৰেমৰ সম্পর্ক ভাল ৷ ব্যৱসায় বা কৰ্ম জীৱন ভাল ৷ ভাল বন্ধু লাভ ৷