ETV Bharat / state

শনি দেৱৰ প্ৰভাৱ, আজি সলনি হ’ব নেকি আপোনাৰ ভাগ্য; সফলতাৰ তালিকাত আছে এই ৰাশি জাতক-জাতিকাসকল

বৈদিক জ্যোতিষশাস্ত্ৰ অনুসৰি শনিবাৰে আপুনি কি ক্ষেত্ৰত সাৱধান হ’ব লাগিব, সেই বিষয়ে প্ৰতিকাৰ দিব। গ্ৰহ-নক্ষত্ৰৰ পৰিৱৰ্তন অনুযায়ী দিনটো কেনে যাব, জানি লওক ইটিভি ভাৰত,অসমৰ ৰাশিফলত...

Daily horoscope for 10th january 2026
ৰাশিফল (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : January 10, 2026 at 4:36 AM IST

4 Min Read
Choose ETV Bharat
  1. মেষ ৰাশি : আজি সক্ৰিয় অনুভৱ হʼব ৷ দিনটো প্ৰায় ভাল হʼব ৷ বহুতো ব্যক্তি লগত সংযোগ হʼব ৷ পচন্দ কাৰ্যই সহায় কৰিব ৷ কঠোৰ পৰিশ্ৰমৰ ফল লাভ ৷ যিজনে ধৈৰ্যশীল হয় তেওঁ লাভৱান হ’ব ৷
  2. বৃষ ৰাশি : দিনটো কঠিন হʼব পাৰে ৷ কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব ৷ লক্ষ্যত সফল ৷ কৰ্ম ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব ৷ কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে ৷ নতুন কৰ্মই লক্ষ্য প্ৰদান কৰিব পাৰে ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ ৷
  3. মিথুন ৰাশি : মহিলাৰ সৈতে কথা পতাৰ সময়ত কিছু সতৰ্ক হওক ৷ পুখুৰী, নদী আদিৰ পৰা দূৰত থাকক । মদ্যপান নকৰিব ৷ আপোনাৰ বাবে ক্ষতিকৰ হ’ব ৷ আজি অত্যধিক চিন্তাত থাকিব ৷ টোপনিৰ ক্ষতি হ’ব পাৰে ৷ স্বাস্থ্যৰ ক্ষতি হ’ব পাৰে । পৰিয়ালৰ লোকৰ সৈতে বিবাদত লিপ্ত নহ’ব । ভ্ৰমণ নকৰিব ।
  4. কৰ্কট ৰাশি : প্ৰেমৰ সম্পর্ক ভাল ৷ পৰিয়ালৰ লগত সৰু যাত্রা হʼব পাৰে ৷ পৰিয়ালৰ লগত ৰাতিৰ আহাৰ ভাল ৷ বজাৰ কৰিবলৈ যোৱাৰ সময়ত সীমিত পৰিমাণে টকা নিবলৈ সংকল্প কৰা উচিত । খৰচ বৃদ্ধি ৷
  5. সিংহ ৰাশি : এলেহুৱা-নিৰুৎসাহিত হৈ পৰিব পাৰে ৷ কাৰ্য কর্মত ইয়াৰ প্ৰভাৱ পৰিব ৷ কঠোৰ পৰিশ্ৰমৰ ফল নাপাবও পাৰে ৷ আবেলি এক সৰু যাত্রা হʼব পাৰে ৷ আবেলি কার্য কর্ম বন্ধ কৰি আৰাম কৰিব পাৰে ৷ জীৱনত ভাল বন্ধু লাভ ৷ প্ৰেমৰ সম্পর্ক ভাল ৷
  6. কন্যা ৰাশি : দিনটো সক্ৰিয় অনুভৱ হʼব ৷ কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে ৷ প্ৰশংসা লাভ ৷ নিজৰ ব্যৱসায়ত মনোযোগ দিব ৷ জীৱনত সফলতা লাভ ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল হʼব ৷ প্ৰেমৰ সম্পর্ক ভাল ৷
  7. তুলা ৰাশি : যুক্তিৰে সকলো কথা চিন্তা কৰিব ৷ খেলিমেলি হʼব ৷ কৰ্ম ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব ৷ সফল হʼব ৷ আজি কোনো লাভ বা ক্ষতি নাই । কঠোৰ পৰিশ্ৰমৰ ভাল সফল লাভ ৷ বন্ধুৰ লগত পার্টী হʼব পাৰে ৷
  8. বৃশ্চিক ৰাশি : কাৰ্যভাৰ সম্পূৰ্ণ কৰিবলৈ নিজৰ শক্তি ব্যৱহাৰ কৰিব ৷ জ্যেষ্ঠৰ পৰা পৰামৰ্শ লোৱাটো ভাল ৷ ব্যক্তিগত জীৱনত সুখী হোৱাটো নিজৰ ওপৰত নিৰ্ভৰ কৰে ।
  9. ধনু ৰাশি : পৰিয়াল ভালে ৰখাত মনোযোগ দিব ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল ৷ ভাল বন্ধু লাভ ৷ বিবাহিতৰ বাবে দিনটো ভাল ৷ প্ৰেমৰ সম্পর্ক ভাল ৷ পৰিয়ালৰ লগত সৰু যাত্রা হʼব পাৰে ৷ পৰিয়ালৰ লগত ৰাতিৰ খানা ভাল হʼব ৷
  10. মকৰ ৰাশি : প্ৰেমৰ সম্পর্ক ভাল ৷ পৰিয়ালৰ লগত সৰু যাত্রা হʼব পাৰে ৷ পৰিয়ালৰ লগত ৰাতিৰ খানা ভাল হʼব ৷ বিয়াৰ সংযোগত সফলতা লাভ ৷
  11. কুম্ভ ৰাশি : নিজৰ সৌন্দৰ্যৰ কথাত মনোযোগ দিব ৷ প্ৰেমৰ সম্পর্ক ভাল ৷ কঠোৰ পৰিশ্ৰমৰ ফল লাভ ৷ যিজনে ধৈৰ্যশীল হয় তেওঁ লাভৱান হ’ব ৷ কৰ্ম জীৱনত অশান্তি হʼব পাৰে ৷
  12. মীন ৰাশি : আপোনাৰ সপোনবোৰ সফল হোৱৰ দিশত ৷ ব্যৱসায়ীসকলে নতুন কাম আৰম্ভ কৰাৰ সু সময় ৷ কামৰ পৰা অব্যাহতি লৈ অলপ কলা সুলভ কামত মন দিয়ক ৷ বনভোজৰ আয়োজনৰ বাবে উচিত সময় ৷ বন্ধুৰ লগত ফুৰিবলৈ যাব পাৰে ৷ প্ৰেয়সীৰ লগত চিনেমা চাবলৈ যাব পাৰে ৷ সামাজিক অৱস্থাৰো উন্নতিৰ যোগ ৷