ETV Bharat / state

জ্যোতিষশাস্ত্ৰৰ মতে জানি লওক সোমবাৰৰ দিনটো আপোনাৰ বাবে কিমান ভাল বা বেয়া ?

সোমবাৰৰ দিনটো আপুনি কি কি কৰিব, কি কি নকৰিব ? কিমান ভাল বা বেয়া ?

DAILY HOROSCOPE
সোমবাৰৰ দিনটো আপোনাৰ বাবে কিমান ভাল বা বেয়া ? (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 20, 2026 at 4:15 AM IST

3 Min Read
Choose ETV Bharat

মেষ ৰাশি : আজি আপোনাৰ প্ৰায় ভাল হʼব ৷ বহুতো ব্যক্তি লগত সংযোগ হোৱাত আপোনাৰ পছন্দ কাৰ্যই সহায় কৰিব ৷ নতুন বন্ধু-বৰ্গৰ বিচাৰ হʼব পাৰে, ভাল বন্ধুত্ব হʼব ৷ আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল পাব ৷ যিজনে ধৈৰ্য্যশীল হয় তেওঁ লাভৱান হ’ব ৷

বৃষ ৰাশি: আজি মিশ্রিত খেলিমেলি হʼব পাৰে কৰ্ম-ব্যৱসায়ত ৷ আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল নাপাব পাৰে ৷ কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব, লক্ষ্য সফল হʼব ৷ টকা-পইচাৰ নিশ্চিতি হʼব, আপোনাক নতুন কৰ্ম লক্ষ্য প্ৰদান কৰিব পাৰে ৷ অধিক ধন উপাৰ্জন কৰিব পাৰিব ৷

মিথুন ৰাশি : আপুনি যিহেতু বৰ বেচি সংবেদনশীল সেয়েহে আনে হঠাৎ লোৱা সিদ্ধান্তই আপোনাক অসন্তুষ্ট কৰিব ৷ আপোনাৰ মনলৈ অহা নতুন আদৰ্শ আপুনি কৌশলতাৰে হাতত ল'ব পাৰে ৷ ভ্ৰমণ বাতিল কৰক আৰু অলপ দিন পানীৰ পৰা আঁতৰি থাকক ৷

কৰ্কট ৰাশি : প্ৰেমৰ সম্পর্ক ভাল হʼব ৷ পৰিয়ালৰ লগত সৰু যাত্রা হʼব পাৰে ৷ আপোনাৰ প্ৰায় ভাল আনন্দময় দিন হʼব ৷ বজাৰ কৰিবলৈ যোৱাৰ সময়ত সীমিত পৰিমাণে টকা নিব নহ'লে খৰচ বৃদ্ধি হʼব পাৰে ৷

সিংহ ৰাশি : আপুনি এলেহুৱা-নিৰুৎসাহিত হৈ পৰিব পাৰে ৷ প্ৰেমৰ সম্পর্ক ভাল হʼব ৷ নিজৰ ওপৰত আশ্বাস, ভাৰসা আৰু নিশ্চয়তা ৰাখিলে লক্ষ্য সফল হয় ৷

কন্যা ৰাশি : দিনটো পৰিয়াল, প্ৰেমৰ সম্পর্ক ভাল হʼব ৷ নিজৰ ওপৰত আশ্বাস, ভাৰসা ৰাখক লক্ষ্য সফল হয় ৷ আজি আপুনি কঠোৰ কাৰ্য সহজতে সফল কৰিব ৷ বিয়া আৰু সংযোগত সফল লাভ হʼব ৷

তুলা ৰাশি : আপোনাৰ কঠিন দিন হʼব পাৰে ৷ আপোনাৰ খেলিমেলি হʼব পাৰে ৷ আপুনি এলেহুৱা-নিৰুৎসাহিত হৈ পৰিব পাৰে ৷ কাৰ্যত সতৰ্কতা অৱলম্বন কৰা উচিত ৷ ব্যৱসায় কৰিলে লক্ষ্যত সফল হʼব, ব্যৱসায় বৃদ্ধিত লাভ হʼব ৷ কৰ্ম বিধিত অধিক ব্যস্ত হʼব পাৰে ৷ কৰ্ম-ব্যৱসায়ত সফলতা লাভ হʼব ৷

বৃশ্চিক ৰাশি: অধ্যয়নৰ আৰু কাৰ্যভাৰ পাব, কাৰ্যভাৰ সম্পূৰ্ণ কৰিবলৈ নিজৰ শক্তি ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে ৷ আপোনাৰ প্ৰায় ভাল সফল হʼব ৷ জ্যেষ্ঠজনৰ পৰা পৰামৰ্শ লোৱা ভাল হʼব ৷ ব্যক্তিগত জীৱনত সুখী হোৱাটো নিজৰ ওপৰত নিৰ্ভৰ কৰে।

ধনু ৰাশি : আজি দিনটো আপুনি ভাগৰি পৰিব ৷ আপুনি আপোনাৰ নিজৰ ব্যৱসায়, কর্মত মনোযোগ দিব ৷ কর্মত ব্যস্ত থকাৰ ফলত ব্যক্তিগত জীৱন প্ৰভাৱান্বিত হʼব ৷ সন্ধিয়ালৈ আপোনাৰ আশাৰ আৰু আনন্দৰ দিন হʼব ৷

মকৰ ৰাশি: আজি আপুনি নিজৰ ব্যক্তিগত জীৱনত মনোযোগ দিব ৷ আপোনাৰ খেলিমেলি হʼব পাৰে ৷ আপোনাৰ খং-ৰাগৰ বাবে সম্পর্কত প্ৰভাৱ পৰিব পাৰে ৷ শান্ত হৈ থাকিবলৈ পৰামৰ্শ দিয়া হৈছে ৷ পৰিয়ালক ভালদৰে যত্ন লোৱাৰ বাবে প্ৰশংসা কৰক ।

কুম্ভ ৰাশি : কার্য কর্ম বন্ধ কৰি আৰাম কৰিব পাৰে ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল হʼব প্ৰেমৰ সম্পর্ক ভাল হʼব ৷ আনন্দিত ফল লাভ হʼব ৷ কর্মত শান্ত হৈ থাকিবলৈ পৰামৰ্শ দিয়া হৈছে ৷ যিজনে ধৈৰ্য্যশীল হয় তেওঁ লাভৱান হ’ব ৷

মীন ৰাশি : আপোনাৰ কাৰ্য কর্ম প্ৰভাৱান্বিত হʼব ৷ সদায় সতৰ্কতা অৱলম্বন কৰা উচিত ৷ কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে ৷ আপোনাক নতুন কৰ্ম লক্ষ্য প্ৰদান কৰিব পাৰে ৷