যুক্তৰাষ্ট্ৰৰ মধ্যৱৰ্তী নিৰ্বাচনৰ ফলাফলৰ নিশা এফালে উদযাপন আনফালে হতাশা
আমেৰিকা যুক্তৰাষ্ট্ৰৰ মধ্যৱৰ্তী নিৰ্বাচনত বিজয়ী প্ৰাৰ্থী আৰু সমৰ্থকসকলৰ মাজত ব্যাপক উছাহ দেখা গৈছে । তাৰ মাজতে পৰাজিত প্ৰাৰ্থী আৰু সমৰ্থকৰ মাজত হতাশা দেখা গৈছে । মঙলবাৰে মাজনিশা মধ্যৱৰ্তী নিৰ্বাচনৰ ফলাফলে দেশখনৰ ৰাজনৈতিক পৰিস্থিতি পুনৰ এবাৰ স্পষ্ট কৰি তুলিছে । লগতে ট্ৰাম্প প্ৰশাসনৰ ওপৰত ৰাইজৰ অসন্তুষ্টিও প্ৰকাশ পাইছে ।
(AP)

Published : November 4, 2026 at 1:09 PM IST

