ETV Bharat / photos

ৰং-বিৰঙী ফুলেৰে ৰঙীন হৈ পৰিছে মহানগৰীৰ ৰাজগড়

Winter Flower Exhibition
ৰাষ্ট্ৰীয় গ্ৰামীণ বিকাশ নিধি চমুকৈ RGVN ৰ উদ্যোগত আৰু খিলঞ্জীয়া নাৰ্চাৰীৰ সহযোগত ৰাজগড়স্থিত RGVN ৰ কাৰ্যালয় চৌহদত অনুষ্ঠিত হৈছে শীতকালীন ফুলৰ মেলা তথা প্ৰদৰ্শনী ৷ শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত এই ফুলৰ মেলাত ১০০ বিধতকৈ অধিক ফুল আৰু ফলৰ পুলি উপলব্ধ হৈছে । (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 28, 2025 at 6:17 PM IST

1 Min Read
Choose ETV Bharat