শনিবাৰে প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নৱনিৰ্মিত টাৰ্মিনেল
২০ ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিব লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নৱনিৰ্মিত টাৰ্মিনেল ৷ নৱনিৰ্মিত টাৰ্মিনেলৰ ভল্ট, প্ৰবেশপথ তথা বাটচ’ৰাত সংযোগ ঘটোৱা কলাত্মক আৰ্হিয়ে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিজন বিমান যাত্ৰীকে আনন্দিত কৰি তোলাৰ লগতে ঐতিহ্য আৰু আধুনিকতাৰ মাজত সংযোগ স্থাপন কৰা এক স্থাপত্য কেন্দ্ৰবিন্দু হিচাপে পৰিগণিত হৈছে ।
(Lokapriya Gopinath Bardoloi International Airport authority)

Published : December 18, 2025 at 3:23 PM IST

