ETV Bharat / photos

ৰাজ্যৰ ১,০৪৬ টা পৰীক্ষা কেন্দ্রত আজিৰে পৰা আৰম্ভ হাইস্কুল শিক্ষান্ত পৰীক্ষা

HSLC EXAMINATION 2026
আজিৰ পৰা আৰম্ভ হাইস্কুল শিক্ষান্ত পৰীক্ষা ৷ পুৱা ৯ বজাৰ পৰা আৰম্ভ হয় পৰীক্ষা ৷ পৰীক্ষা কেন্দ্ৰসমূহৰ বাহিৰত ছাত্ৰ-ছাত্ৰীসকলৰ লগতে অভিভাৱকসকলৰ ব্যাপক ভিৰ পৰিলক্ষিত হয় ৷ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 10, 2026 at 11:13 AM IST

1 Min Read
Choose ETV Bharat