গুৱাহাটী ৰে’ল ষ্টেচনত কটকটীয়া নিৰাপত্তা, ডগ স্কোৱাড মোতায়েন

দেশৰ ৰাজধানী দিল্লীত সোমবাৰে সংঘটিত ভয়ংকৰ বিস্ফোৰণৰ পিছত নিৰাপত্তা বৃদ্ধি গুৱাহাটী ৰে’ল ষ্টেচনত ৷ গুৱাহাটী ৰে’ল ষ্টেচনৰ লগতে উত্তৰ-পূবৰ আন আন ৰে’ল ষ্টেচনবোৰতো কটকীয়া নিৰাপত্তা গঢ়ি তোলা হৈছে । উত্তৰ-পূব ৰে’ল বিভাগৰ অন্তৰ্গত ৰে’ল আৰক্ষীয়ে প্ৰতিটো ষ্টেচন আৰু ৰে’লগাড়ীত সুৰক্ষা ব্যৱস্থা বৃদ্ধি কৰিছে ।
(ETV Bharat Assam)

Published : November 11, 2025 at 7:17 PM IST

