দ্ৰুত, আৰামদায়ক ভ্ৰমণৰ প্ৰতিশ্ৰুতিৰে মুকলি মীৰাট মেট্ৰ’ ৰে’ল সেৱা

দেওবাৰে মীৰাট মেট্ৰ’ ৰে’ল সেৱা মুকলি কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । ভাৰতৰ প্ৰথমটো নমো ভাৰত আঞ্চলিক ৰেপিড ট্ৰেনজিট চিষ্টেম উদ্বোধন কৰি দিল্লী-মীৰাট নমো ভাৰত কৰিড'ৰ দেশবাসীলৈ উচৰ্গা কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে । দিল্লীৰ ছৰাই কালে খান আৰু মীৰাটৰ মোদীপুৰমৰ মাজৰ দূৰত্ব এতিয়া মাত্ৰ ৫৫ মিনিটতে অতিক্ৰম কৰিব পৰা যাব ।
(@narendramodi X)

Published : February 23, 2026 at 12:56 PM IST

