ফিফা বিশ্বকাপ ২০২৬ ৰ অনুৰাগীৰ আনন্দ উল্লাস, চাওঁ আহক কিছু ফটো...
সমগ্ৰ বিশ্বত এতিয়া ফিফাৰ জ্বৰ উঠিছে ৷ অনুৰাগীসকলে ঘৰ, ষ্টেডিয়াম আৰু ৰাজহুৱা স্থানত গোট খাই বিশ্বকাপৰ খেলৰ লাইভ সম্প্ৰচাৰ চাই আনন্দত আত্মহাৰা হোৱা দেখা গৈছে ৷
(AP)

Published : June 28, 2026 at 2:20 PM IST

