মাঘ মেলা 2026 : প্ৰয়াগৰাজলৈ লাখ লাখ ভক্তৰ আগমন
উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত আৰম্ভ মাঘ মেলা 2026 ৷ মেলাৰ প্ৰথম দিনা পুহ মাহৰ পূৰ্ণিমাৰ শুভ ক্ষণত সংগমস্থলিত স্নান কৰে ভক্তসকলে ৷
(PTI)

Published : January 5, 2026 at 11:51 AM IST

Published : January 5, 2026 at 11:51 AM IST