ETV Bharat / photos

চি আৰ পি এফ ৮৭ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কিছু মূহুৰ্ত

AMIT SHAH ASSAM VISITS
গুৱাহাটীত চি আৰ পি এফৰ ৮৭সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন । অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অংশগ্ৰহণ কৰে । চি আৰ পি এফৰ ৮৬ বছৰীয়া সুদীৰ্ঘ ইতিহাসত পোন প্ৰথমবাৰৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ গুৱাহাটীত প্ৰতিষ্ঠা দিৱসৰ পেৰেড অনুষ্ঠিত হৈছে । (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 22, 2026 at 1:29 AM IST

1 Min Read
Choose ETV Bharat