ETV Bharat / photos

জুবিন গাৰ্গবিহীন প্ৰথমটো পোহৰৰ উৎসৱ দীপাৱলী

Diwali 2025
আজি পোহৰৰ উৎসৱ দীপাৱলী আৰু কালী পূজা । প্ৰাণৰ শিল্পী জুবিন গাৰ্গবিহীন প্ৰথমটো দীপাৱলী । জুবিন গাৰ্গৰ মৃত্যুৰ এমাহ সম্পূৰ্ণ হ'ল যদিও ৰাজ্যবাসী আজিও শোকত ম্ৰিয়মান । সেয়েহে এইবাৰ দীপাৱলীক লৈ ৰাজ্যবাসীৰ মাজত নাই উৎসাহ- উদ্দীপনা । দীপাৱলী উপলক্ষে বজাৰ ভৰিছে কলপুলিৰে । পিচে গ্ৰাহকৰ নাই বিশেষ সঁহাৰি । (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : October 20, 2025 at 3:59 PM IST

1 Min Read
Choose ETV Bharat