ETV Bharat / photos

ক’কৰোচ্ছ জনতা পাৰ্টীৰ প্ৰতিবাদ : যন্তৰ মন্তৰত উপস্থিত অভিজিৎ দীপকে

Cockroach Janta Party Protest
কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত যন্তৰ মন্তৰলৈ ওলাই আহিল ক’কৰোচ্ছ জনতা পাৰ্টী আৰু তেওঁলোকৰ সমৰ্থক । মুখত শ্ল’গান, হাতত বিভিন্ন বেনাৰ-পোষ্টাৰ, মুখত পঁইতাচোৰাৰ মাস্ক পিন্ধি প্ৰতিবাদত বহিল CJP ৰ সমৰ্থক ৷ চাওঁ আহক কেইখনমান প্ৰতিবাদৰ আলোকচিত্ৰ... (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : June 6, 2026 at 12:41 PM IST

1 Min Read
Choose ETV Bharat