ETV Bharat / photos

ৰৈ ৰৈ বিনালে উপভোগ কৰি উচুপি উঠিল দৃষ্টিহীন-দিব্যাংগ দৰ্শক

Roi Roi Binale
জুবিন গাৰ্গৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালেৰ মুক্তিৰ আজি তৃতীয়টো দিন । প্ৰতিকূল বতৰকো নেওচি দৰ্শকসকল ওলাই আহে ছবিখন উপভোগ কৰিবলৈ ৷ গুৱাহাটীৰ Times Square CINEMAS ত কেইজনমান বিশেষ দৰ্শকে ছবিখন উপভোগ কৰে । ৰৈ ৰৈ বিনালে উপভোগ কৰি উচুপি উঠে দৃষ্টিহীন-দিব্যাংগ দৰ্শক ৷ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : November 2, 2025 at 6:54 PM IST

1 Min Read
Choose ETV Bharat