ETV Bharat / photos

গুৱাহাটী আৰু উত্তৰ গুৱাহাটীক সংযোগ কৰা কুমাৰ ভাস্কৰ বৰ্মা সেতুত দৰ্শনাৰ্থীৰ চফৰ

Kumar Bhaskar Varman Setu
গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বৰ্মা সেতু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰাৰ পিছতে ৰাইজৰ ভিৰ দেখিবলৈ পোৱা গৈছে ৷ সেতুখন মুকলিৰ দ্বিতীয় দিনটোত পুৱাৰে পৰা বিভিন্ন প্ৰান্তৰ পৰা অহা দৰ্শনাৰ্থীয়ে ভিৰ কৰা দেখা যায় ৷ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 16, 2026 at 3:10 PM IST

1 Min Read
Choose ETV Bharat