কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰী নিৱাসত ছাত্ৰীসকলে জুবিন গাৰ্গৰ আল্পনা আঁকি পালন কৰে পোহৰৰ উৎসৱ
আজি ৰাজ্যজুৰি পালন কৰা হৈছে দীপাৱলী আৰু কালী পূজা । প্ৰাণৰ শিল্পী জুবিন গাৰ্গ বিহীন প্ৰথমটো দীপাৱলী । সেয়েহে এইবাৰ দীপাৱলীক লৈ ৰাজ্যবাসীৰ মাজত নাই উৎসাহ উদ্দীপনা । এইবাৰ আৰম্বৰহীনভাৱে নিয়ম মাফিক দীপাৱলী পালন কৰিছে ৰাইজে ।
(ETV Bharat Assam)

Published : October 20, 2025 at 9:09 PM IST

