ETV Bharat / lifestyle

কেনেদৰে পাৰ হ’ব আপোনাৰ আজিৰ দিনটো ?

কোন কোন ৰাশিৰ জাতক-জাতিকাৰ ভাগ্যৰ দুৱাৰ খোল খাব, জানো আহক...

DAILY HOROSCOPE
কেনেদৰে পাৰ হ’ব আপোনাৰ আজিৰ দিনটো (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 21, 2026 at 5:06 AM IST

3 Min Read
Choose ETV Bharat

মেঘ ৰাশি : আজি প্ৰায় ভাল হʼব ৷ আপোনাৰ কর্মত কঠোৰ পৰিশ্ৰমৰ মাজত আনন্দিত হ'ব ৷ প্ৰশংসা লাভ কৰিব যদিও সতৰ্কতা অৱলম্বন কৰা উচিত ৷ আপুনাৰ পৰিয়াল ভালে ৰখাত মনোযোগ দিব ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল হʼব পাৰে ৷

বৃষ ৰাশি : আপোনাৰ জীৱনৰ বহুতো ক্ষেত্ৰত সফল হʼব । সঠিক আনন্দপূৰ্ণ মনোবৃত্তি বজাই ৰাখিব । আপোনাৰ ঘৰ উন্নীত গৃহলৈ পৰিণত কৰিব ৷ আপোনাৰ আজি প্ৰায় ভাল হʼব ৷

মিথুন ৰাশি : আপোনাৰ খেলিমেলি হʼব পাৰে, বিশৃঙ্খলতা হোৱা দেখা দিব পাৰে ৷ নিৰ্দ্দেশনাৰ ওপৰত ভাৰসা ৰাখি নিৰ্ণয় ল'ব ৷ আপুনি কর্মত মনোযোগ দিব ৷ নতুন পৰিকল্পনা নকৰিব, কর্মত ব্যস্ত থকাৰ ফলত বন্ধু-বৰ্গ লগত আৰু ব্যক্তিগত জীৱন প্ৰভাৱান্বিত হʼব ৷

ককৰ্ট ৰাশি : ভাল পদোন্নতি হʼব ৷ আজি আপোনাক কাৰ্যভাৰ সম্পূৰ্ণ কৰিবলৈ নিজৰ শক্তি ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে ৷ আপোনাৰ আজি ভাগ্য ভাল ৷

সিংহ ৰাশি : আপোনাৰ নতুন অধ্যয়ন কৰিবলৈ ইচ্ছা হʼব পাৰে ৷ দিনটো ভাল সফল লাভ হʼব ৷ আপোনাৰ নতুন সক্ৰিয় অনুভৱ হʼব ৷ আপোনাৰ পৰিশ্ৰমৰ ভাল লক্ষ্য সফল হʼব ৷ দিনটো আপোনাৰ ভাল হয় ৷ প্ৰত্যাহ্বানৰ সম্মুখীন হোৱা সফল হʼব ৷

কন্যা ৰাশি : আপুনি যুক্তিসূত্ৰৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিব ৷ ভাল লক্ষ্য সফল হʼব, মহিলাৰ ভাগ্য ভাল হʼব ৷ কিয়নো আজি বিপদাশংকা নহয়, কিন্তু সতৰ্ক থকাটো ভাল ৷ বিপদতপৰা পৰা সুৰক্ষিত ৰাখিব ৷ প্ৰেমৰ সম্পর্ক ভাল হʼব ৷ পৰিয়ালৰ লগত সৰু যাত্রা হʼব পাৰে ৷ পৰিয়ালৰ লগত ৰাতিৰ খানা ভাল হʼব, আনন্দময় হʼব ৷

তুলা ৰাশি : আজি বহুত লাভ হʼব ৷ নিজৰ ভালৰ বাবে কোনো পলম নকৰাকৈ নিজেই পদক্ষেপ লোৱা উচিত । আনৰ পৰা পৰামৰ্শ নল’ব ৷ কর্মত শান্ত হৈ থাকি কৰিব, খং-ৰাগৰ পৰা আঁতৰি থকাসকল সফল হʼব ৷

বৃশ্চিক ৰাশি : আপোনাৰ খেলিমেলি হʼব পাৰে ৷ সতৰ্কতা অৱলম্বন কৰা উচিত ৷ মিশ্রিত খেলিমেলি হʼব পাৰে কৰ্ম-ব্যৱসায়ত ৷ কৰ্ম-ব্যৱসায় সতৰ্কতাৰে সাৱধানেৰে সুস্থিৰে কৰিব ৷

ধনু ৰাশি : ব্যৱসায় কৰিলে লক্ষ্যত সফল হʼব, ব্যৱসায় বৃদ্ধিত লাভ হʼব ৷ আপুনি আপোনাৰ নিজৰ ব্যৱসায় মনোযোগ দিব ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল হʼব পাৰে ৷ প্ৰেমৰ সম্পর্ক ভাল হʼব, আনন্দময় দিন হʼব ৷

মকৰ ৰাশি : আজি আপোনাৰ ব্যৱসায় বিধিত অধিক ব্যস্ত হʼব পাৰে ৷ আপুনি কর্মত ব্যস্ত থকাৰ ফলত আপোনাৰ ব্যক্তিগত জীৱন প্ৰভাৱান্বিত হʼব ৷ আপুনি নিৰুৎসাহিত হৈ পৰিব পাৰে, কাৰ্য কর্ম প্ৰভাৱান্বিত হʼব ৷ আপোনাৰ ভাল মনৰ বাবে সক্ৰিয় হʼব ৷ আপোনাৰ যোগ-অনুশীলন কৰা ইচ্ছা হʼব পাৰে ৷

কুম্ভ ৰাশি : আজি দুঃচিন্তা আহিব পাৰে ৷ মানসিক অশান্তি হতাশা হʼব পাৰে ৷ স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব ৷ আপুনি প্ৰায় সফল হʼব ৷ আপোনাৰ আজি ধাৰণা ভাল হʼব ৷ কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে ৷ আপোনাৰ স্থিতি সফল হʼব ৷ আপুনি প্ৰায় সফল হʼব ৷

মীন ৰাশি : আপোনাৰ মিশ্রিত খেলিমেলি হʼব পাৰে ৷ নিৰ্দ্দেশনাৰ ওপৰত ভাৰসা ৰাখি নিৰ্ণয় ল'ব । আপোনাৰ খেলিমেলি হʼব ৷ আপুনি কর্মত মনোযোগ দিব, নতুন পৰিকল্পনা নকৰিব ৷