অস্কাৰ ২০২৬ ৰ মনোনয়নৰ সম্পূৰ্ণ তালিকা
৯৮ সংখ্যক একাডেমী বঁটা ২০২৬ ৰ মনোনয়ন প্ৰক্ৰিয়াৰ সামৰণি পৰিল । ১৫ মাৰ্চত ঘোষণা কৰা হ’ব বিজয়ীসকলৰ নাম ।

By ETV Bharat Entertainment Team
Published : January 23, 2026 at 1:48 PM IST
হায়দৰাবাদ : ৯৮ সংখ্যক অকাডেমী বঁটা ২০২৬ৰ মনোনয়ন তালিকা ঘোষণা কৰা হ’ল । কোনখন ছবি আৰু কোন অভিনেতাই এইবাৰ কোন কোন শিতানত মনোনয়ন লাভ কৰিছে ? কোনখন ছবিয়ে অধিক শাখাত জয়লাভ কৰিছে ? কোনবোৰ ছবিয়ে শ্ৰেষ্ঠ ছবিৰ বাবে মনোনয়ন লাভ কৰিছে আৰু কোন কোন অভিনেতাই শ্ৰেষ্ঠ অভিনেতাৰ শাখাত মনোনয়ন লাভ কৰিছে- সম্পূৰ্ণ তালিকা প্ৰকাশ পাইছে । ৯৮ সংখ্যক একাডেমী বঁটা ২০২৬ৰ মনোনয়ন ঘোষণা কৰে ডেনিয়েল ব্ৰুকছ আৰু লুইছ পুলমেনে । মনোনয়নৰ সম্পূৰ্ণ তালিকাখন চাওঁ আহক-
শ্ৰেষ্ঠ চিনেমা
- ট্ৰেইন ড্ৰীমছ
- চিনাৰ্ছ
- চেণ্টিমেণ্টেল ভেল্যু
- হেমনেট
- ওৱান বেটেল আফটাৰ আনাডাৰ
- মাৰ্টি চুপ্ৰীম
- এফ 1
- বুগোনিয়া
শ্ৰেষ্ঠ পৰিচালক
Lights, camera, action! Here are your nominees for Directing. #Oscars pic.twitter.com/eXAyDbPSrH
— The Academy (@TheAcademy) January 22, 2026
- ক্ল' ঝাও-হেমনেট
- জোছ ছাফডি-মাৰ্টি চুপ্ৰীম
- পল থমাছ এণ্ডাৰছন-ওৱান বেটেল আফটাৰ আনাডাৰ
- জোচিম টিয়াৰ-চেণ্টিমেণ্টেল ভেল্যু
- ৰিয়ান কুগলাৰ-চিনাৰ্ছ
শ্ৰেষ্ঠ অভিনেতা
The nominations for Actor in a Leading Role go to... #Oscars pic.twitter.com/yesAUNw36s
— The Academy (@TheAcademy) January 22, 2026
- টিমোথি চেমলেট (মার্টি চুপ্ৰীম)
- লিওনাৰ্ডো ডিকাপ্ৰিঅ' (ওৱান বেটেল আফটাৰ আনাডাৰ)
- ইথান হক (ব্লু মুন)
- মাইকেল বি জৰ্ডান (চিনাৰ্ছ)
- ৱেগনাৰ মৌৰা (দ্য ছিক্ৰেট এজেণ্ট)
শ্ৰেষ্ঠ অভিনেত্ৰী
The nominations for Actress in a Leading Role go to... #Oscars pic.twitter.com/Mc090VFJrS
— The Academy (@TheAcademy) January 22, 2026
- জেচি বুকলে (হেমনেট)
- ৰোজ ব্রীনে (ইফ আই হেড আই'ড কিক ইউ)
- কেট হাডছন (ছং সংগ ব্লু)
- ৰিনেট ৰিন্সৱ (চেণ্টিমেণ্টেল ভেল্যু)
- এমা ষ্ট'ন (বুগোনিয়া)
শ্ৰেষ্ঠ সহযোগী অভিনেতা
- বেনিচিঅ’ দেল টোৰো (ওৱান বেটেল আফটাৰ আনাডাৰ)
- জে'কব এলোৰ্ডি - ফ্ৰাংকেনষ্টেইন
- ডেলৰয় লিণ্ড (চিনাৰ্ছ)
- শ্বেন পেন - (ওৱান বেটেল আফটাৰ আনাডাৰ)
- ষ্টেলান স্কাৰ্সগাৰ্ড (চেণ্টিমেণ্টেল ভেল্যু)
শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী
The nominations for Actress in a Supporting Role go to... #Oscars pic.twitter.com/61W31e1Kf4
— The Academy (@TheAcademy) January 22, 2026
- এলি ফেনিং
- ইংগা ইবছডোটৰ লিলিয়াছ
- এমি মাডিগান
- ৱ্নুমি মোছাকু
- টেনিয়া টেইলৰ
অভিযোজিত চিত্ৰনাট্য
From page to screen... these are the nominees for Adapted Screenplay. #Oscars pic.twitter.com/WIiTM5l5fM
— The Academy (@TheAcademy) January 22, 2026
- বুগোনিয়া
- ফ্ৰাংকেনষ্টেইন
- হেমনেট
- ওৱান বেটেল আফটাৰ আনাডাৰ
- ট্ৰেইন ড্ৰীমছ
শ্ৰেষ্ঠ মৌলিক চিত্ৰনাট্য
Word is out — these are the nominees for Original Screenplay. #Oscars pic.twitter.com/bwqlJKIVDN
— The Academy (@TheAcademy) January 22, 2026
- ব্লু মুন
- ইট ওৱাজ জাষ্ট এন এক্সিডেণ্ট
- মাৰ্টি চুপ্ৰীম
- চেণ্টিমেণ্টেল ভেল্যু
- চিনাৰ্ছ
এনিমেটেড চুটি ছবি
Short but sweet, these are your nominees for Animated Short Film. #Oscars pic.twitter.com/oj5njBZy8x
— The Academy (@TheAcademy) January 22, 2026
- বাটাৰফ্লাই
- ফৰেভাৰগ্ৰীণ
- দ্য গাৰ্ল হু ক্রাইড পাৰ্লছ
- ৰিটায়াৰমেণ্ট প্লেন
- দ্য থ্ৰী চিষ্টাৰ্ছ
শ্ৰেষ্ঠ কাষ্টিং (নতুন শ্ৰেণী)
- হেমনেট
- মাৰ্টি চুপ্ৰীম
- ওৱান বেটেল আফটাৰ আনাডাৰ
- দ চিক্ৰেট এজেণ্ট
- চিনাৰ্ছ
শ্ৰেষ্ঠ চিনেমাট’গ্ৰাফী
- ফ্ৰাংকেনষ্টেইন - ডেন লাউষ্টচেন
- মাৰ্টি চুপ্ৰীম - ডেৰিয়াছ খোডী
- ওৱান বেটেল আফটাৰ আনাডাৰ - মাইকেল বুমেন
- চিনাৰ্ছ - অটোমান দুৰাল্ড আৰকাপো
- ট্ৰেইন ড্ৰীমছ - এডল্ফো ভেল'চো
শ্ৰেষ্ঠ চলচ্চিত্ৰ সম্পাদনা
- এফ ১
- মাৰ্টী চুপ্ৰীম
- ওৱান বেটেল আফটাৰ আনাডাৰ
- চিনাৰ্ছ
- চেণ্টিমেণ্টেল ভেল্যু
শ্ৰেষ্ঠ মেকআপ আৰু হেয়াৰষ্টাইলিং
- ফ্ৰাংকেনষ্টেইন
- কোকুহো
- চিনাৰ্ছ
- দ্য স্মেছিং মেচিন
- দ্য আগলি ষ্টেপ-চিষ্টাৰ
শ্ৰেষ্ঠ স্ক’ৰ
- বুগোনিয়া
- ফ্ৰাংকেনষ্টেইন
- হেমনেট
- ওৱান বেটেল আফটাৰ আনাডাৰ
- চিনাৰ্ছ
শ্ৰেষ্ঠ শব্দ
- এফ ১
- ফ্ৰাংকেনষ্টেইন
- ওৱান বেটেল আফটাৰ আনাডাৰ
- চিনাৰ্ছ
- ছিৰাট
ভিজুৱেল ইফেক্ট
- অৱতাৰ: ফায়াৰ এণ্ড এছ
- এফ ১
- জুৰাছিক ৱৰ্ল্ড ৰি-বাৰ্থ
- দা ল'ষ্ট বাছ
- চিনাৰ্ছ
প্ৰডাকশ্যন ডিজাইন
- ফ্ৰাংকেনষ্টেইন
- হেমনেট
- মাৰ্টি চুপ্ৰীম
- ওৱান বেটেল আফটাৰ আনাডাৰ
- চিনাৰ্ছ
এনিমেটেড বৈশিষ্ট্যপূৰ্ণ ছবি
- আৰ্কো
- এলিঅ'
- কে-পপ ডেমন হাণ্টাৰ্ছ
- লিটল এমিলি অৰ দা কেৰেক্টাৰ অফ ৰেইন
- জুট'পিয়া ২
আন্তঃৰাষ্ট্ৰীয় বৈশিষ্ট্যপূৰ্ণ চলচ্চিত্ৰ
- দ্য ছিক্ৰেট এজেণ্ট
- ইট ওৱাজ জাষ্ট এন এক্সিডেণ্ট
- চেণ্টিমেণ্টেল ভেল্যু
- ছিৰাট
- দ্য ভইচ অফ হিন্দ ৰাজাব
তথ্যচিত্ৰ চুটি ছবি
- অল এম্পটি ৰূমছ
- আৰ্মড অনলি উইথ এ কেমেৰা: দ্য লাইফ এণ্ড ডেথ অফ ব্ৰেণ্ট ৰেন’ড
- চিলড্ৰেন ন' মৰ: ৱেৰ এণ্ড আৰ গ'ন
- দ্য ডেভিল ইজ বিজী
- পাৰফেক্টলি এ ষ্ট্ৰেঞ্জনেছ
তথ্যচিত্ৰ বৈশিষ্ট্যপূৰ্ণ ছবি
- দ্য আলাবামা ছলিউচন
- কম ছি মি ইন দ্য গুড লাইট
- কাটিং থ্ৰু ৰকছ
- মিষ্টাৰ নবডি এগেইনষ্ট পুটিন
- দ্য পাৰফেক্ট নেবৰ
মৌলিক গীত
- ডিয়েৰ মি - ডিয়ানে ৱাৰেন: ৰেলেণ্টনেছ
- গোল্ডেন - কে পপ ডিমন হাণ্টাৰ্ছ
- আই লাইড টু ইউ - চিনাৰ্ছ
- স্বীট ড্ৰীম্ছ অফ জয় - বিবা বৰ্ডী
- ট্ৰেইন ড্ৰীম্ছ - ট্ৰেইন ড্ৰীম্ছ
সাজ-পোছাক ডিজাইন
- অৱতাৰ - ফায়াৰ এণ্ড এছ - ডিবোৰাহ এল স্কট
- ফ্ৰাংকেনষ্টেইন - গেট হালে
- হেমনেট - ম্যালোগছিয় তুৰজান্সকা
- মার্টি চুপ্ৰীম - মিয়াকো বেলেজি
- চিনাৰ্ছ - ৰুথ ই কাৰ্টাৰ
লাইভ একশ্যন চুটি ছবি
- বুচাৰ্ছ ষ্টেইন
- দ্য ফ্ৰেণ্ড অফ ডৰোথী
- জেইন অষ্টেন পিৰিয়ড ড্ৰামা
- দ্য চিংগাৰছ
- ট্যু পিপল এক্সেজিং ছালাইভা
এই ছবিসমূহে সৰ্বাধিক মনোনয়ন লাভ কৰিছিল
- চিনাৰ্ছ - ১৬ (মনোনয়ন)
- ওৱান বেটেল আফটাৰ আনাডাৰ ১৩ (মনোনয়ন)
- মাৰ্টি চুপ্ৰীম - ৮ (মনোনয়ন)
- ফ্ৰাংকেনষ্টেইন ৮ (মনোনয়ন)
- চেণ্টিমেণ্টেল ভেল্যু - ৮ (মনোনয়ন)
- হেমনেট - ৭ (মনোনয়ন)
- এফ ১ - ৪ (মনোনয়ন)
- দ্য ছিক্ৰেট এজেণ্ট - ৪ (মনোনয়ন)
- ট্ৰেইন ড্ৰীমছ - ৪ (মনোনয়ন)
- বুগোনিয়া - ৩ (মনোনয়ন)
লগতে পঢ়ক : অস্কাৰ ২০২৬: দৌৰত পিছ পৰি ৰ’ল হোমবাউণ্ড

