ETV Bharat / entertainment

অস্কাৰ ২০২৬ ৰ বিজয়ীসকলৰ সম্পূৰ্ণ তালিকা

Oscars 2026 Winners List
অস্কাৰ ২০২৬ (Photo: Getty Images)
author img

By ETV Bharat Entertainment Team

Published : March 16, 2026 at 9:31 AM IST

|

Updated : March 16, 2026 at 9:39 AM IST

Choose ETV Bharat

৯৮ সংখ্যক বাৰ্ষিক একাডেমী এৱাৰ্ডছ ডলবী থিয়েটাৰ, লছ এঞ্জেলেছত অনুষ্ঠিত হয় । হলীউডৰ শ্ৰেষ্ঠ প্ৰতিভাৱান শিল্পীসকল একেখন ছাঁদৰ তলত একত্ৰিত হৈ চিনেমাৰ সৰ্বশ্ৰেষ্ঠতাক সন্মান জনায় ৷ এই বৰ্ষত ভাৰতৰ বাবে উল্লাস কৰিব পৰাকৈ কিবা আছিল নেকি জানো আহক-

উল্লেখ্য যে, প্ৰিয়ংকা চোপ্ৰা জোনাছ এই বৰ্ষৰ ঘোষিকা হিচাপে উপস্থিত থাকে আন বিশিষ্ট ব্যক্তিৰ সৈতে ৷

LIVE FEED

9:32 AM, 16 Mar 2026 (IST)

শ্ৰেষ্ঠ ছবি

  • ওৱান বেটেল আফটাৰ আনাডাৰ (WINNER)
  • বুগোনিয়া
  • মাৰ্টী চুপ্ৰীম
  • চিনাৰ্ছ
  • এফ1 (F1)
  • ফ্ৰাংকেনষ্টেইন
  • চেণ্টিমেণ্টেল ভেল্যু
  • হেমনেট
  • ট্ৰেইন ড্ৰীমছ
  • ছিক্ৰেট এজেণ্ট
Last Updated : March 16, 2026 at 9:39 AM IST