যুদ্ধভূমিৰ পৰা ভাৰতীয় নাগৰিকক উদ্ধাৰৰ বাবে অব্যাহত অভিযান : জেড্ডা-ইউ এ ইৰ পৰা চলিব ইণ্ডিগ’, স্পাইচজেট বিমান
উপসাগৰীয় অঞ্চলত আবদ্ধ ভাৰতীয়ক ঘূৰাই অনাৰ বাবে সম্পূৰ্ণৰূপে সাজু ৷ বিদেশত ভাৰতীয় মিছনৰ সৈতে যোগাযোগত আছে ৷

Published : March 3, 2026 at 1:37 PM IST
নতুন দিল্লী : ক্ৰমাৎ পশ্চিম এছিয়া অৰ্থাৎ মধ্যপ্ৰাচ্যত উত্তেজনা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷ ইতিমধ্যে এই যুদ্ধত বহু নাগৰিকৰ মৃত্যু হৈছে ৷ আনকি মধ্যপ্ৰাচ্যত আবদ্ধ হৈ পৰিছে বহু ভাৰতীয় ৷
যুদ্ধৰ মাজতে আৱদ্ধ ভাৰতীয় নাগৰিকসকলক সুৰক্ষিতভাৱে ঘূৰি অহাটো নিশ্চিত কৰাৰ বাবে উপসাগৰীয় অঞ্চলত চলোৱা অভিযানসমূহৰ সৈতে কেন্দ্রই যোগাযোগ স্থাপন কৰিছে ৷ কিয়নো সমগ্ৰ দেশৰ ৰাজ্য চৰকাৰসমূহে এনে বাসিন্দাসকলক সহায়ৰ বাবে প্রচেষ্টা তীব্রতৰ কৰি তুলিছে ৷
Travel Advisory
— IndiGo (@IndiGo6E) March 2, 2026
As part of our efforts to progressively normalize our operations between Saudi Arabia and India, we will be operating four dedicated flights from Jeddah tomorrow, 3rd March 2026, to
🔹 Mumbai
🔹 Hyderabad
🔹 Ahmedabad
These flights are being arranged to cater…
ইতিমধ্যে সকলোৰে জ্ঞাত যে, আমেৰিকা, ইজৰাইল আৰু ইৰাণৰ সৈতে জড়িত সংঘাত বৃদ্ধি পোৱাৰ মাজতে মধ্যপ্ৰাচ্যৰ আকাশমাৰ্গ বন্ধ হৈ আছে ৷ ফলত বিমানৰ কাম-কাজ ব্যাহত হৈ পৰিছে ।
সবিশেষ কিছু সময়ৰ পাছত...

