ETV Bharat / bharat

কাৰ ভাগ্য উদয় হ’ব, কোন ৰাশিৰ জাতক-জাতিকাৰ সফলতাৰ দুৱাৰ খোল খাব ? জানিবলৈ পঢ়ক দিনটোৰ ৰাশিফল...

বৈদিক জ্যোতিষশাস্ত্ৰ অনুসৰি আজি আপুনি কি ক্ষেত্ৰত সাৱধান হ’ব লাগিব, সেই বিষয়ে প্ৰতিকাৰ দিব ।গ্ৰহ-নক্ষত্ৰৰ পৰিৱৰ্তন অনুযায়ী দিনটো কেনে যাব, জানি লওক ইটিভি ভাৰত,অসমৰ ৰাশিফলত...

Daily Horoscope for 24th February 2026
ৰাশিফল (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : February 24, 2026 at 3:47 AM IST

2 Min Read
Choose ETV Bharat
  1. মেষ ৰাশি : নিজৰ কর্মত ব্যস্ত থকাৰ ফলত ব্যক্তিগত জীৱন প্ৰভাৱ পৰিব ৷ পৰিয়ালৰ লগৰ সম্পর্ক ভাল ৷ পৰিয়ালৰ লগত সৰু যাত্রা হʼব পাৰে । ৰাতিৰ আহাৰ ভাল হʼব ৷ বজাৰ কৰিবলৈ যাব পাৰে ৷
  2. বৃষ ৰাশি : ব্যক্তিগত জীৱনত মনোযোগ দিব ৷ খেলিমেলি হʼব পাৰে ৷ খং-ৰাগৰ বাবে সম্পর্কত প্ৰভাৱ পৰিব পাৰে ৷ শান্ত হৈ থাকিব ৷
  3. মিথুন ৰাশি : যুগল স্থিতিৰ সম্মুখীন হʼব ৷ দুঃচিন্তা হʼব পাৰে ৷ মানসিক অশান্তি আৰু হতাশা হʼব পাৰে ৷ স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব ৷
  4. কৰ্কট ৰাশি : চিন্তাধাৰাবোৰ ভাল হʼব ৷ জীৱনত ভাল পদোন্নতি হʼব পাৰে ৷ প্ৰশংসা লাভ ৷
  5. সিংহ ৰাশি : নিজৰ ব্যৱসায় কর্মত মনোযোগ দিব ৷ কর্মত ব্যস্ত থাকিব ৷ পৰচৰ্চা কৰাৰ পৰা আঁতৰি থকা উচিত ৷ প্ৰশংসা লাভ ৷
  6. কন্যা ৰাশি : যুক্তিৰে সকলো কথা চিন্তা কৰিব ৷ নতুন সক্ৰিয় অনুভৱ হʼব ৷ খেলিমেলি হʼব পাৰে ৷ কার্য কর্ম বন্ধ কৰি আৰাম কৰিব পাৰে ৷
  7. তুলা ৰাশি : নতুন ব্যৱসায় আৰম্ভণি কৰিব ৷ কৰ্ম জীৱন ভাল ৷ নিজৰ কৰ্মত মনোযোগ দিব ৷ কৰ্ম বিধিত অধিক ব্যস্ত হʼব পাৰে ৷ ভাগ্য ভাল ৷
  8. বৃশ্চিক ৰাশি : নতুন ব্যৱসায়ত অধিক ব্যস্ত হʼব পাৰে ৷ কর্মত ব্যস্ত থাকিব ৷ ব্যক্তিগত জীৱন ভাল ৷ কঠোৰ পৰিশ্ৰমৰ ফল নাপাবও পাৰে ৷ হতাশা নহ’ব ৷
  9. ধনু ৰাশি : ইফালে-সিফালে আজি অআমন্ত্রিত পৰামর্শ পাব ৷ সেয়া ভাল পৰামর্শ হʼব ৷ নিজৰ কর্মত মনোযোগ দিব ৷
  10. মকৰ ৰাশি : শিক্ষার্থীৰ অধ্যয়ন ভাল ৷ বিদেশৰলৈ শিক্ষা অধ্যয়ন কৰিবলৈ যাব পাব পাৰে ৷ ভাগ্য ভাল ৷
  11. কুম্ভ ৰাশি : কঠোৰ পৰিশ্ৰমৰ ভাল ফল লাভ ৷ কঠোৰ পৰিশ্ৰমৰ মাজত আনন্দিত হৈ থাকিব ৷ প্ৰশংসা লাভ ৷ ভাল বন্ধু লাভ ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল ৷
  12. মীন ৰাশি : বিপৰীত লিংগৰ ব্যক্তিৰ সৈতে সম্পর্ক ভাল হʼব ৷ প্ৰেমৰ সম্পর্ক ভাল ৷ ভাগ্য প্ৰায় ভাল ৷