অন্য শীৰ্ষ বাতৰি

বিৰোধীয়ে একত্ৰিতভাবে সদন ত্যাগ কৰাক লৈ কিয় সৰৱ হ’ল মন্ত্ৰী পীযুষ হাজৰীকা?

Assam Assembly 2024: গৰুখুঁটি প্ৰকল্প সন্দৰ্ভত বিৰোধীয়ে একত্ৰিতভাবে সদন ত্যাগ কৰা প্ৰসংগত বিৰোধীক উদ্দেশ্যি মন্ত্ৰী পীযুষ হাজৰীকাৰ চোকা সমালোচনা ৷ আগন্তুক লোকসভা নিৰ্বাচনত কংগ্ৰেছ-এআইইউডিএফে একেলগে নিৰ্বাচন খেলিব নেকি বুলি প্ৰশ্ন উত্থাপন কৰে মন্ত্ৰী হাজৰিকাই ৷ গৰুখুঁটি প্ৰকল্প কেতিয়াও বিফল হোৱা নাই বুলি সংবাদ মাধ্যমৰ আগত দাবী হাজৰীকাৰ ৷

2 Min Read

Feb 21, 2024

প্ৰচলিত

(যি কোনো বিষয়ত ক্লিক কৰক)
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.