নলবাৰী জিলা সাংবাদিক সন্থাৰ বিশ্বকৰ্মা পূজা সম্পন্ন - Vishwakarma Puja 2024 - VISHWAKARMA PUJA 2024

🎬 Watch Now: Feature Video

thumbnail
নলবাৰী জিলা সাংবাদিক সন্থা (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : September 18, 2024 at 12:15 PM IST

1 Min Read
Choose ETV Bharat

নলবাৰী, ১৮ ছেপ্টেম্বৰ : মঙলবাৰে সম্পন্ন হ'ল বিশ্ব খনিকৰৰ পূজা । নলবাৰীত সংবাদকৰ্মী সকলেও অনুষ্ঠিত কৰিলে বিশ্ব খনিকৰৰ পূজা । সদৌ নলবাৰী জিলা সাংবাদিক সন্থাৰ সকলো বিষয়ববীয়া-সংবাদকৰ্মীয়ে উদযাপন কৰে বিশ্ব খনিকৰৰ পূজা । নলবাৰী নাট্যমন্দিৰৰ সন্মুখত প্ৰতিটো সংবাদ ক্ষেত্ৰৰ নিজৰ নিজৰ লগ', কেমেৰা আদিকে কৰি প্ৰতিবিধ সামগ্ৰীৰে পূজা কৰা হয় ।

পুৰোহিতৰ মন্ত্ৰোচ্চাৰণেৰে আৰম্ভ হয় সদৌ নলবাৰী জিলা সাংবাদিক সন্থাই আয়োজন কৰা বিশ্বকৰ্মা পূজাৰ । পূজাত হাজোৰ জাপিয়াৰ পাঠক তৃষ্ণামণি কলিতাৰ দলটোৱে পৰিৱেশন কৰে নাগাৰা নাম । তৃষ্ণামণি কলিতাই পৰিৱেশন কৰা নাগাৰা নামে ৰাইজক আপ্লুত কৰে । এই পূজাখনত চহৰখনৰ ভিন্ন প্ৰান্তৰ লোকৰ লগতে বিভিন্ন সংগঠন আদিৰ প্ৰতিনিধিসকল উপস্থিত থাকি বিশ্বকৰ্মাৰ আশিস গ্ৰহণ কৰে ।

লগতে পঢ়ক:গুৱাহাটীৰ বিশ্বকৰ্মা মন্দিৰত ভক্তৰ ভিৰ; জখলাবন্ধাত অসমীয়া সাজত বিশ্ব খনিকৰৰ প্ৰতিমা - Vishwakarma Puja 2024

বিশ্বকৰ্মাৰ আশীষ লৈ নগাঁও আৰক্ষীয়ে কৰিলে অস্ত্ৰ পূজা - Vishwakarma Puja 2024

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details