পুত্ৰৰ ফটো বুকুত সাৱটি কান্দি কান্দি প্ৰতিবাদত বহিল দীপাংকৰ গগৈৰ মাতৃ - ULFA I GRENADE ATTACK - ULFA I GRENADE ATTACK

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : July 1, 2024 at 5:26 PM IST

1 Min Read
Choose ETV Bharat

যোৰহাট, 1 জুলাই : ন্যায় বিচাৰি প্ৰতিবাদত বহিল তিতাবৰৰ দীপাংকৰ গগৈৰ পৰিয়াল ৷ তিতাবৰ প্ৰেছ ক্লাবৰ সমীপত পুত্ৰৰ ফটো বুকুত সাৱটি কান্দি কান্দি প্ৰতিবাদত বহিল দীপাংকৰ গগৈৰ দুৰ্ভগীয়া মাতৃৰ লগতে পৰিয়াল ৷ এই প্ৰতিবাদত দীপাংকৰ গগৈৰ পৰিয়ালৰ লগতে বহু জাতীয় দল-সংগঠনে অংশগ্ৰহণ কৰে ৷

দীপাংকৰ গগৈৰ মৃত্যুৰ উচিত ন্যায় প্ৰদান কৰাৰ লগতে তেতিয়াৰ যোৰহাটৰ আৰক্ষী অধীক্ষক মোহনলাল মীনা, তিতাবৰৰ মহকুমা আৰক্ষী বিষয়া কাকলি পাটগিৰি, তিতাবৰৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া লক্ষ্মণ কুমাৰ দাসক উপযুক্ত শাস্তিৰ দাবী জনাই প্ৰতিবাদকাৰীসকলে ৷

তাৰোপৰি, দীপাংকৰ গগৈৰ পৰিয়ালক ক্ষতিপূৰণ আৰু পৰিয়ালৰ মাজৰ এজনক চৰকাৰী চাকৰি প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰে প্ৰতিবাদী সংগঠনসমূহে ৷ যোৰহাচৰ লিচুবাৰীৰ গ্ৰেণেড বিস্ফোৰণৰ ঘটনাৰ সৈতে দীপাংকৰ গগৈ জড়িত নহয় বুলি ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই প্ৰমাণ কৰাৰ পিছতেই ৰাজ্যত জোঁৱাৰ উঠিছে প্ৰতিবাদৰ ৷

লগতে পঢ়ক: দীপাংকৰ গগৈৰ মৃত্যুৰ তদন্ত প্ৰতিবেদন ক’ত ? প্ৰতিবেদন ৰাজহুৱা নোহোৱাক লৈ প্ৰশ্ন ভিন্নজনৰ - ULFA I GRENADE ATTACK

দীপাংকৰ গগৈৰ মৃত্যুৰ আঁৰৰ অভিযুক্তক গ্ৰেপ্তাৰৰ দাবী : উত্তাল তিতাবৰৰ আৰক্ষী থানা - ULFA I GRENADE ATTACK

যোৰহাটৰ আৰক্ষী অধীক্ষক মোহনলাল মীনাক গ্ৰেপ্তাৰৰ দাবী কৃষক মুক্তি সংগ্ৰাম সমিতিৰ - ULFA I GRENADE ATTACK

ABOUT THE AUTHOR

...view details