একবিংশ শতিকা মহিলাসকলৰ শতিকা: সৰ্বানন্দ সোণোৱাল - Union Minister Sarbananda Sonowal - UNION MINISTER SARBANANDA SONOWAL

🎬 Watch Now: Feature Video

thumbnail
মৰাণ জাতীয় মহিলা পৰিষদৰ প্ৰতিষ্ঠা দিৱসত সৰ্বানন্দ সোণোৱাল (undefined)

By ETV Bharat Assamese Team

Published : March 30, 2024 at 7:59 PM IST

1 Min Read
Choose ETV Bharat

তিনিচুকীয়া,৩০ মাৰ্চ: শনিবাৰে তিনিচুকীয়াত দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় মৰাণ জাতীয় মহিলা পৰিষদৰ ৩০ সংখ্যক প্ৰতিষ্ঠা দিৱস । উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, তিনিচুকীয়াৰ বিধায়ক তথা শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ । লগতে উপস্থিত থাকে সদৌ মৰাণ ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতিদ্বয় অৰুণজ্যোতি মৰাণ আৰু নৱ মৰাণ ।  

অনুষ্ঠানত মহিলা সবলীকৰণৰ ওপৰত বক্তব্য দাঙি ধৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ লগতে একবিংশ শতিকা মহিলাসকলৰ শতিকা বুলি মন্তব্য কৰি মোদী চৰকাৰে মহিলা সবলীকৰণৰ বাবে কাম কৰি গৈছে বুলি উল্লেখ কৰে । ইয়াৰোপৰি মহিলাসকলে য'তেই সুবিধা পাইছে, তাতেই পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছে বুলি বক্তব্য দাঙি ধৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ 

লগতে পঢ়ক: সৰ্বানন্দ-লুৰীণৰ ভিতৰত কাৰ ধনবল বেছি ? ১০ বছৰত কিমান সম্পত্তি বাঢ়িল সোণোৱালৰ ? - LOK SABHA ELECTION 2024

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details