মৰ্মান্তিক: খেলি থাকোতেই সলিল সমাধি দুটি শিশুৰ - Minor Death By Drowning - MINOR DEATH BY DROWNING

🎬 Watch Now: Feature Video

thumbnail
কাছাৰৰ পাতিমাৰাত পুখুৰীত পৰি মৃত্যু দুই নাবালক (ETV Bharat)

By ETV Bharat Assamese Team

Published : August 18, 2024 at 11:24 AM IST

1 Min Read
Choose ETV Bharat

শিলচৰ, 18 আগষ্ট : শনিবাৰে কাছাৰৰ উধাৰবন্ধ পাতিমাৰাত সংঘটিত হৈছে এক শোকাৱহ ঘটনা । খেলি থকা অৱস্থাতে পুখুৰীত পৰি সললি সমাধি ঘটে দুটি কণমানিৰ । নিহত দুই কণমানিৰ নাম অংকিত দাস (5) আৰু সমৰজিৎ দাস (6)।

বিৱৰণি অনুসৰি, ঘৰৰ কাষতে খেলি থাকোতে হঠাৎ দুই কণমানি নিখোঁজ হৈ পৰে । পৰিয়ালৰ লোকে বহু সময় বিচাৰ-সোচাৰ কৰাৰ অন্তত এটা পুখুৰীৰ পৰা দুই কণমানিক উদ্ধাৰ কৰে । তাৰ পাচতে ততাতৈয়াকৈ শিশু দুটিক হাস্পতালত লৈ যোৱা হয় ৷ কিন্তু চিকিৎসকে পৰীক্ষা কৰাৰ অন্তত শিশু দুটিক মৃত বুলি ঘোষণা কৰে । শিশু দুটিৰ মৃত্যুক লৈ অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে ।

ইপিনে মৃত শিশু সমৰজিত দাসৰ পিতৃ সন্দিপ দাস বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষ তথা সোনাইৰ প্ৰাক্তন বিধায়ক আমিনুল হকৰ ব্যক্তিগত বাহনৰ চালক বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : গা ধুবলৈ গৈ কৰুণ মৃত্যুক সাৱটিলে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষকে - Death By Drowning

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details