মহানগৰীত আটক বহিঃৰাজ্যৰ ভুৱা পৰীক্ষাৰ্থী - Outstation Candidates Found

🎬 Watch Now: Feature Video

thumbnail
বহিঃৰাজ্যৰ দুটাকৈ পৰীক্ষাৰ্থী আটক (undefined)

By ETV Bharat Assamese Team

Published : March 7, 2024 at 4:13 PM IST

|

Updated : March 7, 2024 at 4:18 PM IST

1 Min Read
Choose ETV Bharat

গুৱাহাটী, 7 মাৰ্চ : ৰাজ্যত পুনৰ আটক বহিঃৰাজ্যৰ ভুৱা পৰীক্ষাৰ্থী ৷ ভুৱা পৰিচয় পত্ৰৰে চৰকাৰী নিযুক্তি পৰীক্ষা দিবলৈ আহি ধৰা পৰিল বহিঃৰাজ্যৰ দুটাকৈ পৰীক্ষাৰ্থী ৷ গুৱাহাটীৰ বৰঝাৰত সংঘটিত হৈছে এই ঘটনা ৷  

মহানগৰীৰ বৰঝাৰস্থিত ই কম টাৱাৰৰ পৰা আটক কৰা হৈছে দুটাকৈ ভুৱা পৰীক্ষাৰ্থী ৷ আটকাধীন দুয়োটা পৰীক্ষাৰ্থী উত্তৰ প্ৰদেশৰ বুলি জানিব পৰা গৈছে ৷ দুয়োটা পৰীক্ষাৰ্থীয়ে ভুৱা তথ্যৰে SSC ৰ পৰীক্ষাত বহিবলৈ আহিছিল ৷ অসমৰ ঠিকনাৰে ভুৱা আধাৰ কাৰ্ড লৈ বৰঝাৰত পৰীক্ষাত বহিবলৈ আহিছিল দুয়োটা অভিযুক্ত ৷ কিন্তু পৰীক্ষা কেন্দ্ৰতে আন পৰীক্ষাৰ্থীৰ লোক দুজনৰ ওপৰত সন্দেহ হোৱাত তথ্য বিচৰাৰ পিচতেই পোহৰলৈ আহে এই ঘটনা ৷ পৰৱৰ্তী সময়ত পৰীক্ষাৰ্থীসকলে বহিঃৰাজ্যৰ দুয়োজন লোকক ধৰি আজাৰা আৰক্ষীক গতাই দিয়ে ৷

লগতে পঢ়ক :  চিকিৎসকৰ গাফিলতিৰ বাবে শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি

Last Updated : March 7, 2024 at 4:18 PM IST

ABOUT THE AUTHOR

...view details