বাক্সাৰ সাউদৰভিঠাত তৃণমূল কংগ্রেছৰ যোগদান সভা - lok sabha election 2024 - LOK SABHA ELECTION 2024

🎬 Watch Now: Feature Video

thumbnail
তৃণমূল কংগ্রেছৰ যোগদান সভা (undefined)

By ETV Bharat Assamese Team

Published : March 26, 2024 at 5:01 PM IST

1 Min Read
Choose ETV Bharat

বাক্সা, 26 মাৰ্চ : বাক্সাৰ সাউদৰভিঠাত তৃণমূল কংগ্ৰেছৰ যোগদান সভা অনুষ্ঠিত হয় ৷ এই যোগদান সভাত দলটোৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী গৌৰী শংকৰ শৰণীয়া উপস্থিত থাকে ৷ প্ৰাৰ্থীগৰাকীৰ উপস্থিতিত বাক্সাৰ শালবাৰী ব্লক কংগ্ৰেছৰ প্ৰায় ২ শতাধিক কংগ্ৰেছ কৰ্মীয়ে তৃণমূল কংগ্ৰেছত যোগদান কৰে ।

সাংবাদিকৰে হোৱা মত বিনিময়ৰ সময়ত কংগ্ৰেছ দলৰ অস্তিত্ব নাইকিয়া হৈ যাব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত গৌৰী শংকৰ শৰণীয়াই উক্ত প্ৰশ্নটোৰ প্ৰকৃত উত্তৰ ভূপেন বৰাইহে দিব পাৰিব বুলি মত ব্যক্ত কৰে ৷ কোকৰাঝাৰ লোকসভা সমষ্টিত ১০০ শতাংশ জয়লাভ কৰিব বুলি দাবী কৰে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰী শংকৰ শৰণীয়াই । প্ৰায় ৫ লাখ ৫০ হাজাৰ ভোট লাভ কৰিব বুলি আশাবাদী কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী গৌৰী শংকৰ শৰণীয়া ।

কোকৰাঝাৰ লোকসভা সমষ্টিত তেওঁ জয়লাভ কৰাৰ পিচত ৰাইজৰ সকলো সমস্যা সমাধান কৰিব বুলি আশ্বাস দিয়ে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাকো তীব্ৰ সমালোচনা কৰে প্ৰাৰ্থীগৰাকীয়ে ।

লগতে পঢ়ক : নগাঁৱত পুৰণি সতীৰ্থৰ বিৰুদ্ধে সমুখ সমৰত : ই টিভিক বহু কথাই ক’লে প্ৰদ্যুৎ বৰদলৈয়ে - LOK SABHA ELECTION 2024

ABOUT THE AUTHOR

...view details