লামডিং বনাঞ্চলত মাটি খান্দি উদ্ধাৰ তিনিটাকৈ বন্দুক - guns recovered in Lumding - GUNS RECOVERED IN LUMDING

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : March 25, 2024 at 5:23 PM IST

1 Min Read
Choose ETV Bharat

হোজাই, 25 মাৰ্চ : হোলীৰ আনন্দৰ মাজতেই হোজাই জিলাৰ লামডিং বনাঞ্চলত মাটি খান্দি উদ্ধাৰ তিনিটাকৈ হস্তনিৰ্মিত বন্দুক ৷ হোজাই জিলাৰ অপৰাধ নিয়ন্ত্ৰণ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পল্লৱ তামুলীৰ সহ এটি আৰক্ষী দলে দেওবাৰে নিশা নখুটি অঞ্চলত এক গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই এই তিনিটা বন্দুক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ এই অভিযানত বৰ্তমানলৈকে আৰক্ষীয়ে কোনো লোককে আটক কৰিব পৰা নাই যদিও অঞ্চলটোত উৰে নিশা তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে । আৰক্ষীয়ে সংবাদমাধ্যমক জানিবলৈ দিয়া মতে, পৰৱৰ্তী সময়ত এই অভিযান অব্যাহত থাকিব ৷ এতিয়ালৈকে কোনো লোকক আটক কৰিব পৰা নাই যদিও আৰক্ষীয়ে অভিযান চলাই এনেদৰে মাৰণাস্ত্ৰ উদ্ধাৰৰ চেষ্টা অব্যাহত ৰাখিব ৷

উল্লেখ্যে যে, ৰাজ্যজুৰি চোৰাং সামগ্ৰীৰ ৰমৰমীয়া বেহা উৎখাত কৰিবলৈ কঠোৰ পদক্ষেপ হাতত লৈছে অসম আৰক্ষীয়ে ৷

লগতে পঢ়ক: 4 খলাত একেলগে পৰিৱেশন 300 বছৰ পুৰণি ঐতিহাসিক হাজাৰী ভাওনা - Historic Hazari Bhauna

ABOUT THE AUTHOR

...view details