মাজুলী ভোটগণনা কেন্দ্ৰৰ বাহিৰত উত্তপ্ত পৰিস্থিতি - Lok Sabha Election Results 2024 - LS POLLS RESULTS UPDATES

🎬 Watch Now: Feature Video

thumbnail
উত্তপ্ত পৰিস্থিতি (etv bharat assam)

By ETV Bharat Assamese Team

Published : June 4, 2024 at 1:41 PM IST

1 Min Read
Choose ETV Bharat

মাজুলী, 4 জুন : অসমত বৰ্তমানেও অব্যাহত আছে ভোটগণনা ৷ দেশৰ নিৰ্বাচনী আয়োগে জাৰি কৰা তিনি তৰপীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে এই ভোটগণনা চলি আছে ৷ দেশজুৰি চলি আছে লোকসভা নিৰ্বাচনৰ ভোটগণনা ৷ কঠোৰ নিৰাপত্তাৰ মাজেৰে মাজুলীতো চলি আছে ভোটগণনা । আজি বহু ৰথী-মহাৰথীৰ ভাগ্য নিৰ্ণয় হ’ব । এই ভোট গণনা চলি থকাৰ মাজতে মাজুলীৰ ভোটগণনা কেন্দ্ৰৰ বাহিৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ।

লোকসভা নিৰ্বাচনৰ ফলাফলৰ লাইভ আপডেটৰ বাবে ক্লিক কৰক- https://www.etvbharat.com/as/!elections/lok-sabha-election-results-2024

মাজুলীৰ বিধায়কগৰাকী আৰু বিজেপিৰ দুই দলীয় কৰ্মকৰ্তাই ভোটগণনা কেন্দ্ৰত প্ৰৱেশ কৰাক লৈ এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । বিৰোধী নেতা-কৰ্মীসকলে আৰক্ষী প্ৰশাসনে তেওঁলোকক সোমাবলৈ দিছে বুলি অভিযোগ উত্থাপন কৰে ৷ বিধায়ক আৰু বিজেপিৰ দুই দলীয় কৰ্মকৰ্তাই ভিতৰলৈ মোবাইল লৈ প্ৰৱেশ কৰিছে বুলি বেৰিকেডত থকা আৰক্ষীৰ লগত খণ্ড যুদ্ধৰ সৃষ্টি হয় মাজুলীৰ স্থানীয় ৰাইজৰ । পিচত মাজুলীৰ বিধায়কগৰাকীসহ বিজেপিৰ দুই দলীয় কৰ্মকৰ্তা বাহিৰলৈ অহাৰ পাচতহে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে ।

লগতে পঢ়ক : জিকা-হৰা থাকিবই: পাঁচটা বিধানসভা সমষ্টিৰ কাউণ্টিং এজেণ্টৰ কাষলৈ যাব মীৰা বৰঠাকুৰ - Lok Sabha Election Results 2024

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details