যদি আমি অযোগ্য, সাক্ষাৎকাৰ লৈ কিয় বাচনি কৰিছিল ? শিক্ষামন্ত্ৰীৰ বিৰুদ্ধে ক্ষোভ - Teachers Day 2024 - HAPPY TEACHERS DAY

🎬 Watch Now: Feature Video

thumbnail
জোনাইৰ চিমেন চাপৰিত শিক্ষয়িত্ৰীৰ প্ৰতিবা (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : September 6, 2024 at 8:34 AM IST

1 Min Read
Choose ETV Bharat

জোনাই, ৬ ছেপ্টেম্বৰ : সমগ্ৰ দেশজুৰি বৃহস্পতিবাৰে শিক্ষক দিৱস উদযাপন কৰাৰ সময়তেই জোনাইৰ চিমেন চাপৰিত শিক্ষয়িত্ৰীৰ প্ৰতিবাদ ৷ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কৰা এক মন্তব্য়ৰ প্ৰতিবাদত কৰিলে শ্ৰেণী বৰ্জন । পবিত্ৰ শিক্ষক দিৱসৰ দিনাই এই দিৱস বৰ্জন কৰি শিক্ষয়ত্ৰীসকলে ক’লা বেজ পৰিধান কৰি বিদ্যালয়ৰ চৌহদত সাব্যস্ত কৰিলে প্ৰতিবাদ ।

উল্লেখ্য় যে যোৱা ২ ছেপ্টেম্বৰত গুৱাহাটীত নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুই কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ শিক্ষয়িত্ৰীসকলক অযোগ্য শিক্ষক বুলি মন্তব্য় কৰিছিল । ইয়াৰ পিচতেই জাঙুৰ খাই উঠে কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ শিক্ষয়িত্ৰীসকল । শিক্ষামন্ত্ৰী এই মন্তব্যৰ প্ৰতিবাদ জনাই কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ শিক্ষয়িত্ৰীসকলে বৰ্জন কৰে শিক্ষক দিৱসৰ কাৰ্যসূচী ।

এই প্ৰতিবাদস্থলীৰ পৰাই বিদ্যালয়খনৰ শিক্ষয়িত্ৰীসকলে মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক প্ৰশ্ন কৰি কয়, "যদি আমি অযোগ্য, তেনেহ'লে আমাক সাক্ষাৎকাৰ লৈ কিয় বাচনি কৰিছিল ?"

লগতে পঢ়ক:শিক্ষক দিৱসৰ দিনাই ক'লা বেজ পৰিধান কৰি প্ৰতিবাদ - Teachers Day 2024

শিক্ষক দিৱসৰ দিনাই শিক্ষকৰ প্ৰতিবাদত উত্তাল চচলৰ প্ৰতিবাদস্থলী - Teachers Protest in Assam

আমাৰ যেন মূল্য নাই, শিক্ষাগত অৰ্হতা নাই ! দৈনিক ১৫০-২০০ টকা মজুৰিপ্ৰাপ্ত শিক্ষকৰ ক্ষোভ - Teachers Protest in Tinsukia

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details