প্ৰতিবাদকাৰীৰ ওপৰত নিৰ্যাতন চলোৱা আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে: বসন্ত গগৈ - UNION MINISTER JUAL ORAM

🎬 Watch Now: Feature Video

thumbnail
জুৱেল ওৰামৰ মন্তব্যৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ টাই আহোম সন্থাৰ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : November 9, 2024 at 7:05 PM IST

1 Min Read
Choose ETV Bharat

শিৱসাগৰ: কেন্দ্ৰীয় মন্ত্ৰী জুৱেল ওৰামে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত বিষয়টো বিচাৰাধীন অৱস্থাত থকা বুলি মন্তব্য কৰাৰ পাছতে ছয় জনগোষ্ঠীয় সংগঠনৰ মাজত ক্ষোভৰ জুই । জুৱেল ওৰামৰ মন্তব্যৰ পাছতে তিনিচুকীয়াত মৰাণ আৰু মটক যুৱ সন্মিলনীয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়তে প্ৰতিবাদীকাৰীৰ ওপৰত আৰক্ষীয়ে চলোৱা নিৰ্যাতনৰ বিৰুদ্ধে সৰৱ হৈছে সদৌ টাই আহোম ছাত্ৰ সন্থা ৷ ৰ সভাপতি বসন্ত গগৈৰ প্ৰতিক্ৰিয়া ।  

প্ৰতিবাদকাৰীক ৰোধ কৰিবলৈ আৰক্ষীয়ে নিক্ষেপ কৰা কন্দুৱা গেছৰ ফলত মটক যুৱ সন্মিলনীৰ সম্পাদক স্বৰূপ গোঁহাই আৰু মৰাণ ছাত্ৰ সন্থাৰ সম্পাদকগৰাকী আহত হয় । সদৌ টাই আহোম ছাত্ৰ সন্থাৰ সভাপতি বসন্ত গগৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, "প্ৰতিবাদকাৰীৰ ওপৰত নিৰ্যাতন চলোৱা আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে । কন্দুৱা গেছ নিক্ষেপ কৰাৰ নিৰ্দেশ দিয়া আৰক্ষী বিষয়াগৰাকীক নিলম্বনৰ কৰক ।" প্ৰতিবাদকাৰীৰ ওপৰত নিৰ্যাতন চলোৱা অসম চৰকাৰৰ গৃহ বিভাগক সকীয়নি প্ৰদান কৰে সভাপতিগৰাকীয়ে । 

লগতে পঢ়ক: মন্ত্ৰী জুৱেল ওৰামক সাক্ষাতৰ বাবে দিল্লীলৈ যাব তিৱা ছাত্ৰ সন্থা - All Tiwa Students Union

২০২৬ চনৰ নিৰ্বাচনত প্ৰত্য়ুত্তৰ দিয়াৰ হুংকাৰ টাই আহোম সংগঠনৰ

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details