নৃত্য কৰি থাকোতেই মঞ্চত ঢলি পৰি মৃত্যু ছাত্ৰীৰ - ঢলি পৰি মৃত্যু ছাত্ৰীৰ

🎬 Watch Now: Feature Video

thumbnail
নৃত্য কৰি থকা অৱস্থাতেই ঢলি পৰি মৃত্যু হ’ল ছাত্ৰীৰ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : October 17, 2024 at 10:20 PM IST

1 Min Read
Choose ETV Bharat

তেজপুৰ, ১৭ অক্টোবৰ : মঙলবাৰে লক্ষ্মী পূজাৰ আনন্দ-উল্লাসত মত্ত আছিল সমগ্ৰ ৰাজ্য ৷ ঠায়ে ঠায়ে আয়োজন কৰা হৈছিল সাংস্কৃতিক অনুষ্ঠানৰ ৷ শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিৰ গৰুডোবাত এনে এক সাংস্কৃতিক অনুষ্ঠানৰ সময়ত সংঘটিত হয় এক অনাকাংক্ষিত কৰুণ ঘটনা । মঞ্চত নৃত্য কৰি থকা অৱস্থাতেই হঠাৎ ঢলি পৰি অকাল মৃত্যুক সাৱটি লয় সৃজনা দেৱী (১৮) নামৰ এগৰাকী ছাত্ৰীয়ে  ৷ 

ঢেকিয়াজুলিৰ লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ত স্নাতক বিজ্ঞান শাখাৰ প্ৰথম ষান্মাসিকত অধ্যয়ন কৰি আছিল সৃজনা ৷ আজি বেলশিৰি নৈৰ পাৰত ছাত্ৰীগৰাকীৰ শেষকৃত্য কৰা হয় ৷ ঘটনাৰ পিছত সম্প্ৰতি গৰুডোবাত শোকৰ ছাঁ পৰিছে । স্থানীয় একাংশ লোকে কোভিড ভেকচিনৰ ফলত এতিয়া বহুতো লোকে নিজৰ শাৰীৰিক ক্ষমতা হেৰুৱাইছে বুলিও অভিযোগ উত্থাপন কৰে ৷

লগতে পঢ়ক: পৰীক্ষা কেনেকুৱা হ’ল সুধিবলৈ নাথাকিল মা, দুই ভাতৃ-ভগ্নীৰ জীয়া কাহিনীয়ে কন্দুৱাব আপোনাকো - Tragic incident in Barpeta

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details